Application Format to Change The Name of Nominee of Policy | জীৱন বীমা পলিচীৰ উত্তৰাধিকাৰী সলনি কৰাৰ বাবে আবেদন পত্ৰ

Welcome back to eStudyAssam.com. If you want to change the nominee in your insurance policy, this article is for you. For some reasons, you may need to change the nominee for your insurance policy. It could be because of the nominee’s demise or simply because of a loss of belief in the nominee. Here is a sample application to change the name of nominee of a insurance policy.

Application Format to Change The Name of Nominee

জীৱন বীমা পলিচীৰ ‘নমিনী’ বা উত্তৰাধিকাৰী সলনি কৰাৰ বাবে জনোৱা আবেদন পত্ৰ

প্ৰতি,                              

শাখা (আঞ্চলিক) প্ৰৱন্ধক,

ভাৰতীয় জীৱন বীমা নিগম লিমিটেড,

ডিব্ৰুগড় (অসম)।

তাৰিখ : ০৬/০১/২৪

বিষয়: জীৱন বীমা পলিচীৰ ‘নমিনী’ বা উত্তৰাধিকাৰী সলনি কৰাৰ বাবে জনোৱা আবেদন পত্ৰ ৷

মহাশয়,

সন্মান সহকাৰে আপোনাক জনাব খোজোঁ যে মই ২০১০ চনতে এক লাখ টকাৰ এটা জীৱন বীমাৰ পলিচী খুলিছিলো ৷ তেতিয়া মই ‘নমিনী’ হিচাবে মোৰ মাৰ নামটো দিছিলোঁ ৷ কিন্তু ইতিমধ্যে ২০২৩ ত মোৰ মাতৃ বিয়োগ ঘটে। গতিকে মই এই আবেদনৰ জৰিয়তে মোৰ উক্ত পলিচীখনত ‘নমিনী’ হিচাবে মোৰ মাতৃৰ ঠাইত মোৰ পুত্ৰ পুতুল শইকীয়াৰ নামটো সন্নিবিষ্ট কৰিবলৈ অনুৰোধ কৰিলোঁ ৷ মোৰ অবিহনে উক্ত পলিচীখনৰ সমুদায় ধনৰাশি মোৰ পুত্ৰ পুতুল শইকীয়াই পাব ৷ আশাকৰোঁ বিহিত ব্যৱস্থা কৰি পলিচীখনৰ নমিনীৰ নামটো সোনকালে বদলি কৰি দি মোক কৃতাৰ্থ কৰিব ৷

ধন্যবাদেৰে,

পলিচী নং- 

ইতি,

আপোনাৰ একান্ত বিশ্বাসী,

দেবেন শইকীয়া

গুৱাহাটী (অসম)

Application Format to Change The Name of Nominee of Policy

To,                              

The Branch (Zonal) Manager,

Life Corporation of India Ltd.

Guwahati (Assam)

Date: 06/01/2024

Sub: Application to Change The Name of Nominee of Policy.

Sir,

With due respect I would like to state that I opened a LIC Policy in 2010 with one lakh sum assured money. That time I had nominated my mother’s name in the policy. But my mother had expired in the year 2023. So I would like to change the name of my nominee from my mother’s name to my son’s name Putul Saikia in the said policy.

Therefore, I request you to kindly make necessary arrangements to change the name of the nominee forthright in the said policy and I declare that henceforth my son Putul Saikia will be my sole nominee regarding the policy after my death.

Thanks.

Yours faithfully,

Deben Saikia

P.O. Dispur, Guwahati (Assam)

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close