In this post, we have included all the multiple choice questions (MCQs) of class 8 social science chapter 14 “ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ”. So, if you are looking for SCERT class 8 social science chapter 14 MCQs (multiple choice questions), this is the right place for you.
Class 8 Social Science Chapter 14 MCQs
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials for the students of Assam. Now lets have a look at the SCERT ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ Class 8 Social Science Chapter 14 MCQs.
ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
Chapter 14
১) ভাৰতত প্ৰথম ডাক টিকট কেতিয়া প্ৰচলন হৈছিল?
(ক) ১৮৫২ খ্ৰীষ্টাব্দত (খ) ১৮৫৪ খ্ৰীষ্টাব্দত (গ) ১৮৫৮ খ্ৰীষ্টাব্দত (ঘ) ১৮৬০ খ্ৰীষ্টাব্দত
উত্তৰ— (খ) ১৮৫৪ খ্ৰীষ্টাব্দত ৷
২) ভাৰতত চিৰস্থায়ী ৰাজহ ব্যৱস্থাৰ প্ৰচলন কোনে কৰিছিল?
(ক) লৰ্ড কৰ্ণৱালিছ (খ) লৰ্ড হেষ্টিংছ (গ) লৰ্ড ডেলহাউচি (ঘ) ৰবাট বাৰ্ড
উত্তৰ— (ক) লৰ্ড কৰ্ণৱালিছ ৷
৩) ভাৰতত মাটিৰ পট্টা দিয়াৰ নিয়ম কেতিয়াৰ পৰা হৈছিল?
(ক) ১৭৯৩ খ্ৰীষ্টাব্দ (খ) ১৮২৬ খ্ৰীষ্টাব্দ (গ) ১৮৩০ খ্ৰীষ্টাব্দ (ঘ) ১৮২৭ খ্ৰীষ্টাব্দ
উত্তৰ— (খ) ১৮২৬ খ্ৰীষ্টাব্দ ৷
৪) কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত সতীদাহ প্ৰথা সম্পূৰ্ণকৈ নিৰাময় কৰা হৈছিল?
(ক) লৰ্ড ডেলহাউচি (খ) লৰ্ড ৱেলচেলি (গ) লৰ্ড উইলিয়াম বেণ্টিংক (ঘ) লৰ্ড কৰ্ণৱালিছ
উত্তৰ— (গ) লৰ্ড উইলিয়াম বেণ্টিংক ৷
৫) ব্ৰাহ্মসমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?
(ক) ৰাজা ৰামমোহন ৰায় (খ) ৰবীন্দ্ৰ নাথ ঠাকুৰ (গ) দেৱেন্দ্ৰ নাথ ঠাকুৰ (ঘ) কেশৱ চন্দ্ৰ সেন
উত্তৰ— (ক) ৰাজা ৰামমোহন ৰায় ৷
৬) প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?
(ক) অক্ষয় কুমাৰ দত্ত (খ) ৰাজা ৰামমোহন ৰায় (গ) মহাদেৱ গোবিন্দ ৰাণাডে (ঘ) ৰবীন্দ্ৰ নাথ ঠাকুৰ
উত্তৰ— (গ) মহাদেৱ গোবিন্দ ৰাণাডে ৷
৭) আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?
(ক) স্বামী বিবেকানন্দ (খ) স্বামী দয়ানন্দ সৰস্বতী (গ) ৰাজা ৰামমোহন ৰায় (ঘ) ৰামকৃষ্ণ পৰমহংস
উত্তৰ— (খ) স্বামী দয়ানন্দ সৰস্বতী ৷
৮) ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল?
(ক) ৰামকৃষ্ণ পৰমহংস (খ) স্বামী দয়ানন্দ সৰস্বতী (গ) স্বামী বিবেকানন্দ (ঘ) মহাদেৱ গোবিন্দ ৰাণাডে
উত্তৰ— (গ) স্বামী বিবেকানন্দ ৷
৯) আলিগড় বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল?
(ক) ছাৰ ছৈয়দ আহমদ খান (খ) আব্দুল লতিফ (গ) ছৈয়দ আমিৰ আলি (ঘ) স্বামী বিবেকানন্দ
উত্তৰ— (ক) ছাৰ ছৈয়দ আহমদ খান ৷
১০) ‘আমাৰ জীৱন’ নামৰ পুথিখন কোনে লিখিছিল ?
(ক) স্বামী বিবেকানন্দ (খ) ৰাজসুন্দৰী দেৱী (গ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ (ঘ) স্বামী বিবেকানন্দ
উত্তৰ— (খ) ৰাজসুন্দৰী দেৱী ৷
sl. No. | contents (class 8 social science MCQs) |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ MCQs |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ MCQs |
পাঠ-3 | বসতি MCQs |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন MCQs |
পাঠ-5 | সাগৰ–মহাসাগৰ MCQs |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা MCQs |
পাঠ-7 | অসমৰ নদ–নদী MCQs |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ MCQs |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান MCQs |
পাঠ-10 | মধ্য যুগৰ অসম MCQs |
পাঠ-11 | অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি MCQs |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন MCQs |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ MCQs |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ MCQs |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম MCQs |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ MCQs |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন MCQs |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা MCQs |
পাঠ-19 | আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা MCQs |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা MCQs |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা MCQs |
পাঠ-22 | ভাৰতীয় সংবিধান MCQs |
পাঠ-23 | মৌলিক অধিকাৰ MCQs |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য MCQs |