জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ Class 8 Social Science Chapter 2 MCQs

In this post, we have included all the multiple choice questions (MCQs) of class 8 social science chapter 2 “জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ”. So, if you are looking for SCERT class 8 multiple choice questions, this is the right place for you.

Class 8 Social Science Chapter 2 MCQs

Class 8 social science chapter 2 MCQseStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials for the students of Assam. Now lets have a look at the SCERT জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ class 8 social science chapter 2 MCQs.

জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ MCQs

Chapter 2

১) ২০০৮ চনত পৃথিৱীৰ মুঠ জনসংখ্যা আছিল-

(ক)  ৬৬০ কোটি                 (খ)  ৬৫০ কোটি                  (গ)  ৬৬৮ কোটি                     (ঘ)  ৫৫০ কোটি

উত্তৰ— (গ)  ৬৬৮ কোটি ৷

২) ২০১১ চনত ভাৰতৰ জনসংখ্যা আছিল-

(ক)  ১১৫.৪ কোটি               (খ) ১২১.১ কোটি                  (গ)  ১২৬.১ কোটি                    (ঘ)  ১০৯.৮ কোটি

উত্তৰ— (খ) ১২১.১ কোটি ৷

৩) জনসংখ্যাৰ ভিত্তিত মহাদেশসমূহৰ ভিতৰত প্ৰথম স্থানত আছে-

(ক) এছিয়া মহাদেশ           (খ)  ইউৰোপ মহাদেশ             (গ)  আফ্ৰিকা মহাদেশ               (ঘ)  অষ্ট্ৰেলিয়া মহাদেশ

উত্তৰ— (ক) এছিয়া মহাদেশ ৷

৪) জনসংখ্যাৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীত কেইটা বিশেষ অঞ্চল চিনাক্ত কৰা হৈছে-

(ক)  ৫ টা                         (খ)  ৬ টা                            (গ)  ৪ টা                                  (ঘ)  ৩ টা

উত্তৰ— (গ)  ৪ টা ৷

৫) ঘনবসতিৰ প্ৰধান কাৰক হৈছে-

(ক)  সাৰুৱা ভূমি               (খ)  স্বাস্থ্যকৰ জলবায়ু             (গ)  পানীৰ সুবিধা                   (ঘ) ওপৰত উল্লেখিত আটাইকেইটা

উত্তৰ— (ঘ) ওপৰত উল্লেখিত আটাইকেইটা ৷

৬) কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই-

(১)  এছিয়া                       (খ)  আফ্ৰিকা                        (গ)  এন্টাৰ্কটিকা                     (ঘ)  ইউৰোপ

উত্তৰ— (গ)  এন্টাৰ্কটিকা ৷

৭) ২০১১ চনত অসমৰ মুঠ জনসংখ্যা আছিল-

(১)  ২.৩৬ কোটি                (খ)  ৩.১২ কোটি                      (গ)  ২.৫৬ কোটি                    (ঘ)  ২.৪৯ কোটি

উত্তৰ— (খ) ৩.১২ কোটি ৷

৮) ১৯৫০ চনত পৃথিৱীৰ মুঠ জনসংখ্যা আছিল-

(ক)  ২৪৬ কোটি                (খ)  ২৫২ কোটি                        (গ)  ১৫২ কোটি                     (ঘ)  ২৮৫ কোটি

উত্তৰ— (খ)  ২৫২ কোটি ৷

৯) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত-

(ক)  ৩৮২ জন                  (খ) ২৫০ জন                           (গ)  ৩৬২ জন                      (ঘ) ১৮০ জন

উত্তৰ— (ক)  ৩৮২ জন ৷

১০) জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত-

(ক)  প্ৰথম                       (খ)  দ্বিতীয়                               (গ)  তৃতীয়                           (ঘ)  চতুৰ্থ

উত্তৰ— (ক)  প্ৰথম ৷

sl. No. contents (class 8 social science MCQs)
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1 প্ৰাকৃতিক সম্পদ MCQs
পাঠ-2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ MCQs
পাঠ-3 বসতি MCQs
পাঠ-4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন MCQs
পাঠ-5 সাগৰ–মহাসাগৰ MCQs
পাঠ-6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা MCQs
পাঠ-7 অসমৰ নদ–নদী MCQs
পাঠ-8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ MCQs
ইতিহাস খণ্ড
পাঠ-9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান MCQs
পাঠ-10 মধ্য যুগৰ অসম MCQs
পাঠ-11 অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি MCQs
পাঠ-12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন MCQs
পাঠ-13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ MCQs
পাঠ-14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ MCQs
পাঠ-15 সাম্ৰাজ্যবাদ আৰু অসম MCQs
পাঠ-16 ১৮৫৭ চনৰ বিদ্ৰোহ MCQs
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17 মানৱ সম্পদ উন্নয়ন MCQs
পাঠ-18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা MCQs
পাঠ-19 আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা MCQs
পাঠ-20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা MCQs
পাঠ-21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা MCQs
পাঠ-22 ভাৰতীয় সংবিধান MCQs
পাঠ-23 মৌলিক অধিকাৰ MCQs
পাঠ-24 আমাৰ মৌলিক কৰ্তব্য MCQs
(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close