In this post, we have included all the multiple choice questions (MCQs) of class 8 social science chapter 6 “ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা”. So, if you are looking for SCERT class 8 social science chapter 6 MCQs (multiple choice questions), this is the right place for you.
Class 8 Social Science Chapter 6 MCQs
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials for the students of Assam. Now lets have a look at the SCERT ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা class 8 social science chapter 6 MCQs.
ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা MCQs
Chapter 6
১) খনিজ সম্পদসমূহক কেই ভাগত ভগাব পাৰি?
(ক) ২ (খ) ৩ (গ) ৪ (ঘ) ৫
উত্তৰ— (ক) ২ ৷
২) আমাৰ দেশত কিমানটা খনিজ বলয় আছে?
(ক) চাৰিটা (খ) তিনিটা (গ) ছটা (ঘ) পাচঁটা
উত্তৰ— (গ) ছটা ৷
৩) উত্তৰ-পূৱ তৈল বলয় ক’ত অৱস্থিত?
(ক) তামিলনাডু (খ) অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা (গ) উৰিষ্যা (ঘ) মধ্য প্ৰদেশ
উত্তৰ— (খ) অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা ৷
৪) ভাৰতবৰ্ষত প্ৰথম কপাহী বয়ন কল কেতিয়া স্থাপন কৰা হৈছিল?
(ক) ১৮১৮ চনত (খ) ১৮২০ চনত (গ) ১৯১৮ চনত (ঘ) ১৮৫০ চনত
উত্তৰ— (ক) ১৮১৮ চনত ৷
৫) কপাহ উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান?
(ক) প্ৰথম (খ) দ্বিতীয় (গ) তৃতীয় (ঘ) চতুৰ্থ
উত্তৰ— (গ) তৃতীয় ৷
৬) পৰিবহণ ব্যৱস্থাক কেই ভাগত ভাগ কৰিব পাৰি?
(ক) ৩ ভাগত (খ) ২ ভাগত (গ) ৫ ভাগত (ঘ) ৪ ভাগত
উত্তৰ— (ক) ৩ ভাগত ৷
৭) ভাৰতত প্ৰথম ৰে’ল কেতিয়া চলিছিল?
(ক) ১৮৫৫ চনত (খ) ১৮৫৩ চনত (গ) ১৮৫৬ চনত (ঘ) ১৮৬০ চনত
উত্তৰ— (খ) ১৮৫৩ চনত ৷
৮) ভাৰতত থকা ৰে’লপথৰ মুঠ দৈৰ্ঘ্য-
(ক) ৬৪,০১৫ কি:মি: (খ) ৬০,০৩২৪ কি:মি: (গ) ৬২,০১৫ কি:মি: (ঘ) ৬১,০৭৫ কি:মি:
উত্তৰ— (ক) ৬৪,০১৫ কি:মি ৷
৯) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে-
(ক) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (খ) ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (গ) ৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ঘ) ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
উত্তৰ— (ঘ) ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷
১০) ভাৰতত থকা প্ৰধান সাগৰীয় বন্দৰৰ সংখ্যা কিমান?
(ক) ১০ (খ) ১২ (গ) ১৫ (ঘ) ১৭
উত্তৰ— (খ) ১২ ৷
sl. No. | contents (class 8 social science MCQs) |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ MCQs |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ MCQs |
পাঠ-3 | বসতি MCQs |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন MCQs |
পাঠ-5 | সাগৰ–মহাসাগৰ MCQs |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা MCQs |
পাঠ-7 | অসমৰ নদ–নদী MCQs |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ MCQs |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান MCQs |
পাঠ-10 | মধ্য যুগৰ অসম MCQs |
পাঠ-11 | অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি MCQs |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন MCQs |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ MCQs |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ MCQs |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম MCQs |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ MCQs |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন MCQs |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা MCQs |
পাঠ-19 | আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা MCQs |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা MCQs |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা MCQs |
পাঠ-22 | ভাৰতীয় সংবিধান MCQs |
পাঠ-23 | মৌলিক অধিকাৰ MCQs |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য MCQs |