Assam Class 6 Old Question Paper Social Science 2022

If you are looking for SCERT Assam class 6 old question paper, this is the right place for you. Here we are sharing SCERT class 6 Social Science 2022 Annual Examination (Question paper) year 2022. To download all class 6 previous years question papers, kindly check our previous year question paper page.

Assam Class 6 Old Question Paper

Apart from class 6 old question papers, you can also download Assam class 7 old question papers, class 8 question papers and SEBA previous years old question papers.

Assam class 6 old question paper

Annual Examination- 2022

Sub: Social Science

Class : VI

Time : 3 hrs.                                                                                                                                     Full Marks : 100

প্ৰশ্ন  1. অতি চমু উত্তৰ দিয়া :

a)  সৌৰজতৰ দ্বিতীয় বৃহৎ গ্ৰহটোৰ নাম কি ?

b)  চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথজন মানৱৰ নাম কি ?

c)  আকাৰ বুলিলে কি বুজা ?

d)  গোলক কি ?

e)  বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত ?

f)  অপসূৰ কেতিয়া হয় ?

g)  মেৰু অঞ্চলত সাগৰৰ পানী সাধাৰনতে কি অৱস্থাত থাকে ?

h)  পদুমবড়ি গাঁৱত কিহৰ অভাৱ আছে ?

i)  কোন গৰাকী স্বৰ্গদেৱে আহোম ৰাজ্য স্থাপন কৰিছিল ?

j)  কিমান বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে।

প্ৰশ্ন  2. চমু উত্তৰ দিয়া :

a)  ভাৰতবৰ্ষই প্ৰেৰণ কৰা দুটা কৃত্ৰিম উপগ্ৰহৰ নাম লিখা।

b)  ৰাজতন্ত্ৰ আৰু সমাজতন্ত্ৰ প্ৰচলিত থকা একোখনকৈ দেশৰ নাম লিখা।

c)  অক্ষৰেখা কাক বোলে ?

d)  আমাৰ সমাজত প্ৰচলিত দুটা লোক কথাৰ নাম লিখা।

e)  অধিবৰ্ষ বুলিলে কি বুজা ?

f)  আদি প্ৰস্তৰ যুগক কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি ?

g) ইতিহাস অধ্যয়নৰ সমলবোৰ কি কি ?

h)  আদিম মানুহে আমোদ-প্ৰমোদৰ বাবে কি কি কাম কৰিছিল ?

i)  হেক্টৰৰ কাহিনীত কৃষ্ণাঙ্গ শ্ৰেণীয়ে কি কি অধিকাৰৰ পৰা বঞ্চিত হৈছিল ?

j)  আদিম মানুহে কি কি কাৰণত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল ।

প্ৰশ্ন 3.  উত্তৰ দিয়া (যিকোনো দুটা) :

ক)  ঐতিহাসিক সমলসমূহ কিয় সংৰক্ষণ কৰিব লাগে ?

খ)  চকাৰ আৱিস্কাৰ কি দৰে হৈছিল ?

গ)  খেতি কৰাৰ বাবে আদিম মানুহে কিহেৰে সঁজুলি তৈয়াৰ কৰিছিল ?

প্ৰশ্ন  4. শুদ্ধ উত্তৰটো বাছি উলওৱা :

ক)  পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় ?

i) বুধ    ii) শনি    iii) শুক্ৰ

খ)  মূখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে-

i) ৯০°     ii) ০°    iii) ৬৬ °

গ)  শীত মণ্ডলৰ অৱস্থান হৈছে-

i)  মেৰু অঞ্চল

ii)  বিষুৱীয় অঞ্চল

ঘ)  অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা হ’ল-

i)  ৩৬৫ দিন

ii)  ৩৬৬ দিন

৩৬৫ ১/২ দিন

ঙ)  পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম-

i)  আহ্নিক গতি

ii)  মেৰু দণ্ড

iii)  বাৰ্ষিক গতি

প্ৰশ্ন  5. খালী ঠাই পূৰ কৰা :

ক)  আমাৰ শৰীৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি ……………. আৰু ……………. গ্ৰহণ কৰো ।

খ)  ভাৰতবৰ্ষ এখন ……………. দেশ।

গ)  মানুহ সমাজ প্ৰিয় …………….।

ঘ)  শিশুৰ প্ৰাথমিক শিক্ষাৰ আইনখন ……………. চনত কাৰ্যকৰী কৰা হয়।

ঙ)  গণতন্ত্ৰ সকলোকে ……………. বলি গণ্য কৰা হয়।

চ)  ৰাজতন্ত্ৰত ৰজাই ……………. ।

ছ)  ভাৰতৰ ……………. আৰু সংহতি ৰক্ষা কৰা আমাৰ মৌলিক কতৰ্ব্য।

প্ৰশ্ন  6. আমাৰ দেশত কি ধৰণৰ চৰকাৰে শাসন কৰে ? গণতন্ত্ৰৰ তিনিটা বৈশিষ্ট্য লিখা।

প্ৰশ্ন  7. নাগৰিকৰ অধিকাৰ কেইটা আৰু কি কি ?

প্ৰশ্ন  8. আদিম মানুহে বিভিন্ন ঠাই ঘূৰি ফুৰাৰ চাৰিটা কাৰণ উল্লেখ কৰা।

প্ৰশ্ন  9. মানুহৰ মৌলিক প্ৰয়োজন সমূহ কি কি ? এইবোৰক কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয় ?

প্ৰশ্ন  10. পাৰ্থক্য লিখা :

ক)  গ্ৰহ আৰু উপগ্ৰহ

খ)  বুৰঞ্জী আৰু ইতিহাস

গ)  মূল আহাৰ আৰু উপ আহাৰ

ঘ)  গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ

প্ৰশ্ন  11. শুদ্ধ আৰু অশুদ্ধ নিৰ্ণয় কৰা :

ক)  পৃথিৱীৰ সকলো ঠাইৰ মানুহৰ প্ৰধান আহাৰ ভাত ।

খ)  গণতন্ত্ৰত পুৰুষ-মহিলাৰ ভোটৰ মূল্য সমান।

গ)  প্ৰদূষণ মুক্ত পৰিৱেশৰ বাবে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা আছে।

ঘ)  আদিম যুগৰ মানুহে সূতাৰে তৈয়াৰী সাজ-পাৰ পৰিধান কৰিছিল।

প্ৰশ্ন  12. প্ৰদূষণ মুক্ত পৰিৱেশৰ বাবে তুমি কি কি ব্যৱস্থা হাতত ল’বা ?

প্ৰশ্ন  13. পাঁচটা সামাজিক প্ৰয়োজন লিখা।

প্ৰশ্ন  14. আমাৰ সংবিধানে নাগৰিকক প্ৰদান কৰা পাঁচটা কৰ্তব্য উল্লেখ কৰা।

প্ৰশ্ন  15. ভাৰতৰ এখন মানচিত্ৰ আঁকি তলৰ ঠাইবোৰ যথাস্থানত বহুওৱা :

ক)  বুৰ্জাহোম

খ)  মহাগড়

গ)  চীৰাণ্ড

ঘ)  পৈয়াম পল্লী

Thanks for reading. Kindly read eStudyAssam.com regularly to download previous years old question papers, free class notes etc.

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close