If you are looking for SCERT Assam class 6 previous years question paper, this is the right place for you. Here we are sharing SCERT class 6 কলা শিক্ষা প্ৰশ্নকাকত (Question paper) year 2023. To download all class 6 previous years question papers, kindly check our previous year question paper page.
Apart from class 6 old question papers, you can also download class 7 old question papers, class 8 question papers and SEBA previous years old question papers.
Class 6 Previous Years Question Paper
বছৰেকীয়া পৰীক্ষা ২০২৩
শ্ৰেণী— ষষ্ঠ মান
বিষয় কলা— শিক্ষা
মুঠ সময়— ৩ ঘন্টা মুঠ— নম্বৰ ১০০
প্ৰশ্ন ১) চমু উত্তৰ দিয়া :
ক) ‘সুধাকণ্ঠ’ বুলি কাক কোৱা হয় ?
খ) বীৰ লাচিত বৰফুকনৰ কিমান বছৰীয়া জন্ম-জয়ন্তী পালন কৰা হৈছিল ?
গ) অসমৰ জাতীয় সংগীতৰ সচক কোন ?
ঘ) অসমৰ জাতীয় বৃক্ষ কি ?
ঙ) অসমৰ জাতীয় প্ৰতীক কি ?
চ) ৰাষ্ট্ৰীয় সঙ্গীত কিমান সময়ৰ ভিতৰত গাব লাগে?
ছ) প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি জনৰ নাম কি ?
জ) বৰগীতৰ দুবিধ বাদ্যযন্ত্ৰৰ নাম কি ?
ঝ) ‘বিহগী কবি’ বুলি কাক কোৱা হয় ?
ঞ) প্ৰথম অসমীয়া কথাছবি খনৰ নাম কি ?
ট) ভাৰতৰ ৰাষ্টীয় খেল কি ?
ঠ) ‘১৭ জানুৱাৰীত’ কি দিৱস পালন কৰা হয় ?
ড) ‘মহাভাৰত’ কোনে ৰচনা কৰিছিল ?
ঢ) মানুহৰ দেহত কিমানডাল হাড় থাকে ?
ণ) বৃহত্তম মহাদেশ খনৰ নাম কি ?
ত) বৃহত্তম নদী দ্বীপটোৰ নাম কি ?
থ) পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি ?
দ) আটাইতকৈ বেছি জনসংখ্যা থকা দেশখনৰ নাম কি ?
ধ) আটাইতকৈ ধুনীয়া গ্ৰহটোৰ নাম কি ?
ন) ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি ?
———————– ২ ———————–
প্ৰশ্ন ২) ভাৰতীয় জাতীয় পতাকাৰ দীঘ-প্ৰস্থৰ অনুপাত কিমান?
প্ৰশ্ন ৩) খালী ঠাই পূৰ কৰা :-
ৰঙা + নীলা = ?,
নীলা + হালধীয়া= ?,
ৰঙা + হালধীয়া= ?
প্ৰশ্ন ৪) এটা অমিতা অংকন কৰা।
প্ৰশ্ন ৫) এটা খোলা ছাতি অংকন কৰা।
প্ৰশ্ন ৬) এটা কচুপাত অংকন কৰা।
প্ৰশ্ন ৭) এখন কিতাপ অংকন কৰা।
প্ৰশ্ন ৮) পাতেৰে সৈতে এটা আম অংকন কৰা।
Thanks for reading. Kindly read eStudyAssam.com regularly to download previous years question paper, free class notes etc.
(adsbygoogle = window.adsbygoogle || []).push({});