School Transfer Certificate (ট্ৰান্সফাৰ চাৰ্টিফিকেট) Format in Assamese

If you are looking for a school transfer certificate in Assamese, this post is for you.  Here we are sharing a transfer certificate format in Assamese (ট্ৰান্সফাৰ চাৰ্টিফিকেট) for our readers. School transfer certificate

School Transfer Certificate (বিদ্যালয় এৰাৰ প্ৰমান পত্ৰ)

প্ৰতি

মাননীয় প্ৰধান শিক্ষক মহোদয়

বিদ্যালয়ৰ নাম

বিদ্যালয়ৰ ঠিকনা

বিষয়: ট্ৰান্সফাৰ চাৰ্টিফিকেটৰ বাবে আবেদন

মহোদয়/মহোদয়া,

সন্মান পূৰ্বক বিনীত নিবেদন এই যে মোৰ পুত্ৰ/পুত্ৰী শ্ৰী _______ আপোনাৰ বিদ্যালয়ৰ এগৰাকী ছাত্ৰ/ছাত্ৰী। বিশেষ কাৰন বশত মই মোৰ পুত্ৰ/পুত্ৰীক বেলেগ এখন বিদ্যালয়ত নাম ভৰ্তিৰ ব্যৱস্থা কৰিছো। মোৰ পুত্ৰ/পুত্ৰীয়ে যাতে সেই নতুন বিদ্যালয়ত পৰবৰ্তী শিক্ষা নিয়মিত ভাৱে চলাই যাৱ পাৰে, তাৰ বাবে আপোনাৰ বিদ্যালয়ৰ পৰা ট্ৰান্সফাৰ চাৰ্টিফিকেট (বিদ্যালয় এৰাৰ প্ৰমান পত্ৰ)ৰ প্ৰয়োজন।

গতিকে দয়ালু মহোদয়ে যাতে ট্ৰান্সফাৰ চাৰ্টিফিকেট অতি সোনকালে প্ৰদান কৰি মোৰ ল’ৰাৰ/ছোৱালীৰ ভবিষ্যত উজ্জ্বল কৰে। এয়ে মহোদয়/মহোদয়াৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা।

ইতি

আপোনাৰ বিশ্বাসী

নাম:

Keep visiting our site to get free study materials, essays, letters, previous year question papers etc. Thanks for reading. If you have any questions, kindly let us know through our comment section.

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close