Welcome back to eStudyAssam.com. আজিৰ এই লিখনিটোত ১০ বিধ বাকলি থকা মাছৰ নাম আৰু বাকলি নথকা মাছৰ নাম উল্লেখ কৰিছো ৷ If you are a student of SCERT Assam class I or class II, this article is for you.
১০ বিধ বাকলি থকা মাছৰ নাম আৰু বাকলি নথকা মাছৰ নাম
1. প্ৰথমে উল্লেখ কৰিছো ১০ বিধ বাকলি থকা মাছৰ নাম-
১৷ ৰৌ মাছ (ইংৰাজী: Rohu)
২৷ ভকুৱা মাছ (ইংৰাজী: Catla)
৩৷ মিৰিকা মাছ (ইংৰাজী: Mrigal/white carp)
৪৷ শ’ল মাছ (ইংৰাজী: Stripped Snakehead)
৫৷ চিতল মাছ (ইংৰাজী: Humped feather back)
৬৷ গৰৈ মাছ (ইংৰাজী: Green Snakehead)
৭৷ কাৱৈ মাছ (ইংৰাজী: climbing perch)
৮৷ কান্ধূলি মাছ (ইংৰাজী: Feather back)
৯৷ ভাঙন মাছ (ইংৰাজী: Bata labeo)
১০৷ শিলঘৰীয়া মাছ (Brahmaputra Labeo)
২৷ এতিয়া উল্লেখ কৰিছো ১০ বিধ বাকলি নথকা মাছৰ নাম-
১৷ আৰি মাছ (ইংৰাজী: Giant river Catfish)
২৷ বৰালি মাছ (ইংৰাজী: Freshwater shark)
৩৷ মাগুৰ মাছ (ইংৰাজী: Magur/Walking catfish)
৪৷ শিঙি মাছ (ইংৰাজী: Stinging catfish)
৫৷ পাভ মাছ (ইংৰাজী: Pabo catfish)
৬৷ পুঠি মাছ (ইংৰাজী: swamp barb)
৭৷ চন্দা মাছ (ইংৰাজী: Elongate glassy perchlet)
৮৷ মোৱা মাছ (ইংৰাজী: Mola/ Indian carplet/ Pale carplet)
৯৷ চেলকণা মাছ (ইংৰাজী: Boopis razorbelly minnow)
১০৷ লিঠা মাছ (ইংৰাজী: Rita catfish)
(adsbygoogle = window.adsbygoogle || []).push({});