১০ বিধ গোন্ধ থকা ফুলৰ নাম আৰু গোন্ধ নথকা ফুলৰ নাম (Flower Names)

Welcome back to eStudyAssam.com. আজিৰ এই লিখনিটোত ১০ বিধ গোন্ধ থকা ফুলৰ নাম আৰু গোন্ধ নথকা ফুলৰ নাম উল্লেখ কৰিছো ৷ If you are a student of SCERT Assam class I or class II, this article is for you.গোন্ধ থকা ফুলৰ নাম

১০ বিধ গোন্ধ থকা ফুলৰ নাম আৰু গোন্ধ নথকা ফুলৰ নাম

1. প্ৰথমে উল্লেখ কৰিছো ১০ বিধ গোন্ধ থকা ফুলৰ নাম-

১৷ গোলাপ (ইংৰাজী: Rose)

২৷ তগৰ (ইংৰাজী: Cape Jasmine)

৩৷ কেতেকী (ইংৰাজী: Kewda flower)

৪৷ বকুল (ইংৰাজী: Spanish cherry)

৫৷ চম্পা (ইংৰাজী: Plumeria)

৬৷ ৰজনীগন্ধা (ইংৰাজী: Tuberose)

৭৷ মালতী (ইংৰাজী: Jasmine)

৮৷ শেৱালী (ইংৰাজী: Night-flowering Jasmine)

৯৷ গুটিমালি (ইংৰাজী: Star Jasmine)

১০৷ নাৰ্জী (ইংৰাজী: Marigold)

2. এতিয়া উল্লেখ কৰিছো ১০ বিধ গোন্ধ নথকা ফুলৰ নাম-

১৷ মদাৰ (ইংৰাজী: Indian coral)

২৷ কুঞ্জলতা (ইংৰাজী: Cypress Vine)

৩৷ পলাশ (ইংৰাজী: Flame of the forest)

৪৷ বেলিফুল (ইংৰাজী: Sunflower)

৫৷ ধতুৰা (ইংৰাজী: Starmonium)

৬৷ কৰবী (ইংৰাজী: Oleander)

৭৷ নয়নতৰা (ইংৰাজী: Periwinkle)

৮৷ জবা (ইংৰাজী: Hibiscus)

৯৷ কপৌফুল (ইংৰাজী: Foxtail)

১০৷ ভেঁট ফুল ( ইংৰাজী: Water lily)

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close