Assam Class 6 Old Question Paper General Science 2022

If you are looking for SCERT Assam class 6 old question paper, this is the right place for you. Here we are sharing SCERT class 6 General Science 2022 Annual Examination (Question paper) year 2022. To download all class 6 previous years question papers, kindly check our previous year question paper page.

Assam Class 6 Old Question Paper

Apart from class 6 old question papers, you can also download Assam class 7 old question papers, class 8 question papers and SEBA previous years old question papers.

Assam class 6 old question paper

Assama class 6 science old question paper

Class 6 annual exam general science

Annual examination

Annual Examination- 2022

Sub: General Science

Class : VI

Time : 3 hrs.                                                                                                                         Full Marks : 100

প্ৰশ্ন ১। তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ লিখা :

ক)  আমাৰ শৰীৰত শক্তি যোগান ধৰা প্ৰধান পৰিপোষক এবিধৰ নাম লিখা।

খ)  এবিধ স্বচ্ছ পদাৰ্থৰ নাম লিখা।

গ)  পানীত তেল মিহলি হয়। (সচাঁ/ মিছা)

ঘ)  লাওখোলাৰ কোনবোৰ হাড় লৰচৰ কৰে ?

ঙ)  আবাসস্থলী কি ?

চ)  বাইচাইকেলৰ চকাৰ গতিটো হৈছে ……………. ।

ছ)  এবিধ দীপ্তমান বস্তুৰ নাম লিখা।

জ)  এটা বিদ্যুৎকোষত কেইটা মেৰু থাকে ?

ঝ)  এডোখৰ থাৰ্মক’লৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’ৱ পাৰে। (শুদ্ধ/ অশুদ্ধ)

ঞ)  ভাতৰ উপকৰণসমূহ কি কি ?

প্ৰশ্ন ২। চমু উত্তৰ লিখা :

ক)  তৃণভোজী প্ৰাণী কাক কোৱা হয় ? এবিধ তৃণভোজী প্ৰাণীৰ নাম লিখা।

খ)  কোনবোৰ খাদ্যবস্তুক শৰীৰ বৰ্দ্ধক খাদ্য বোলা হয় ?

গ)  দুবিধ ধাতুৰ উদাহৰণ দিয়া।

ঘ)  আমাৰ শৰীৰত থকা দুবিধ সন্ধিৰ নাম লিখা।

ঙ)  কঠিন পদাৰ্থ কাক বোলে ? এবিধ কঠিন পদাৰ্থৰ নাম লিখা।

চ)  দুবিধ ঈষৎ স্বচ্ছ বস্তুৰ নাম লিখা।

ছ)  জৰা প্ৰক্ৰিয়া কি ?

জ)  বল আৰু চকেট সন্ধি কি ?

ঝ)  অভিযোজন মানে কি ?

ঞ)  পৰ্যাবৃত্ত গতিৰ দুটা উদাহৰন দিয়া।

প্ৰশ্ন ৩। খালী ঠাই পূৰ কৰা :

ক)  ……………ৰ পৰা আমি চেনি পাওঁ।

খ) এক মিটাৰ মানে …………… চে: মি:।

গ) হাড়ৰ সন্ধিয়ে দেহৰ …………… সহায় কৰে।

ঘ)  বাঘ …………… ভোজী প্ৰাণী।

ঙ)  ভিটামিন D ৰ অভাৱত …………… বেমাৰ হয়।

প্ৰশ্ন ৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :

‘ক’ অংশ ‘খ’ অংশ
গাখীৰ, দৈ, গাখীৰৰ ছানা, ঘিউ আন প্ৰাণী খায়
পালেং শাক, ফুলকবি, গাজৰ উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায়
সিংহ আৰু বাঘে শাক-পাচলি
তৃণভোজী প্ৰাণীয়ে প্ৰাণীজাত সামগ্ৰী

প্ৰশ্ন ৫। শুদ্ধ/ অশুদ্ধ নিৰ্ণয় কৰা :

ক)  কেৱল ভাত খালেই আমাৰ দেহৰ প্ৰয়োজনীয় পৰিপুষ্ট পূৰণ হয়।

খ)  কাঠ টুকুৰা এটা পানীত উপঙে।

গ)  ধাতুৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়।

ঘ)  কোমলস্থিবোৰ হাড়তকৈ টান।

ঙ)  এছ. আই. এককত মিটাৰ হৈছে দৈৰ্ঘ্যৰ একক।

প্ৰশ্ন ৬। এজন মানুহৰ উচ্চতা ১.৬৫ মিটাৰ। ইয়াক চেন্টিমিটাৰ আৰু মিলিমিটাৰত প্ৰকাশ কৰা।

প্ৰশ্ন ৭। পৰিবাহী আৰু অপৰিবাহী পদাৰ্থ কাক বোলে ? প্ৰতিটোৰে এটাকৈ উদাহৰণ দিয়া।

প্ৰশ্ন ৮। বৈদ্যুতিক ছুইচ এটা ব্যৱহাৰ কৰাৰ কাৰণ কি ? ছুইচ সংযোগ কৰি থোৱা যিকোনো দুবিধ বৈদ্যুতিক সঁজুলিৰ নাম লিখা।

প্ৰশ্ন ৯। আমাৰ শৰীৰত শক্তি যোগান ধৰা প্ৰধান পৰিপোষকসমূহৰ নাম উল্লেখ কৰা।

প্ৰশ্ন ১০। মিশ্ৰণত থকা উপাদানসমমুহ পৃথক কৰা কিয় প্ৰয়োজন ? দুটাকৈ উদাহৰণ দিয়া।

প্ৰশ্ন ১১। এজন ইলেকট্ৰিচিয়ানে তোমাৰ ঘৰৰ ছুইচ এটা মেৰামতি কৰাৰ সময়ত তেওঁ হাতত কিয় ৰবৰৰ হাতমোজা পিন্ধি কোৱা উচিত ?

প্ৰশ্ন ১২। তলত দিয়া উপাদানসমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা :

স্নেহ পদাৰ্থ-

প্ৰ’টিন-

আঁহজাতীয় খাদ্য-

প্ৰশ্ন ১৩।  চালনীৰে চলা প্ৰক্ৰিয়া কি ? ইয়াক কিহত প্ৰয়োগ কৰা হয় ?

প্ৰশ্ন ১৪।  আমি খোৱা পাঁচবিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰৰ নাম লিখা।

প্ৰশ্ন ১৫।  বৰ্দ্ধিত ক্ৰমত তলৰ দৈৰ্ঘ্যবোৰ সজোৱা

১ মিটাৰ, ১ চেন্টিমিটাৰ, ১ কিলোমিটাৰ, ১ মিলিমিটাৰ

প্ৰশ্ন ১৬।  এটা সম্পূৰ্ণ অন্ধকাৰ কোঠাত যদি তোমাৰ সমুখত দাপোনখন ধৰা, তেতিয়া দাপোনখনত তোমাৰ প্ৰতিবিম্ব দেখা পাবানে ?

প্ৰশ্ন ১৭।  বৰ্তনী কাক বোলে ?

প্ৰশ্ন ১৮।  বৈদ্যুতিক কোষৰ চিত্ৰ আঁকি মেৰু চিহ্নিত কৰা।

প্ৰশ্ন ১৯।  মৰুভূমিত জীয়াই থাকিবলৈ কাকটাছে কেনেকৈ অভিযোজন কৰে ?

প্ৰশ্ন ২০।  ৰেচন কাক বোলে ?

প্ৰশ্ন ২১।  চিত্ৰ আঁকি বিদ্যুৎ বৰ্তনীৰ প্ৰবাহৰ দিশ দেখুওৱা।

প্ৰশ্ন ২২।  ফিলামেন্ট কি ?


Thanks for reading. Kindly read eStudyAssam.com regularly to download previous years old question papers, free class notes etc.

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close