সংখ্যাৰ পৰিচয় : অখণ্ড সংখ্যা Class 7 Mathematics অনুশীলনী 1.3

SCERT class 7 Mathematics অনুশীলনী 1.3 সংখ্যাৰ পৰিচয় : অখণ্ড সংখ্যা free study material and solutions available here for free. So, if you are looking for class 7 Mathematics chapter 1 solutions (সপ্তম শ্ৰেণী গণিত বিষয়ৰ সমাধান), this is the right place for you. Let’s start the activities.

Class 7 Mathematics অনুশীলনী 1.3

Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Mathematics ( অনুশীলনী 1.3 সংখ্যাৰ পৰিচয় : অখণ্ড সংখ্যা) solutions.

সংখ্যাৰ পৰিচয় : অখণ্ড সংখ্যা

অধ্যায় ১

অনুশীলনী 1.3

প্ৰশ্ন 1. হৰণফল নিৰ্ণয় কৰা

(i) 15 ÷ (-5)

ত্তৰ— -3

(ii) (-60) ÷ 10

ত্তৰ— -6

(iii)  (-54) ÷ (-6)

ত্তৰ— 9

(iv)  0 ÷ (-15)

ত্তৰ— 0

(v)  (-61) ÷ {(-60) + (-1)}

ত্তৰ— 1

(vi)  {(-72) ÷ (-6)} ÷ (-3)

=>12 ÷ (-3)

=>-4

ত্তৰ— -4

প্ৰশ্ন 2. খালী ঠাই পূৰ কৰা-

(i) (-600) ÷ 25 = ——

ত্তৰ— -24

(ii) {(-4) X 18} ÷ —— =12

ত্তৰ— -6

(iii) —— ÷ (5-6) = -20

ত্তৰ— 20

(iv) (-123) ÷ (-1) = ——-

ত্তৰ— 123

প্ৰশ্ন 3 (i) যদি a ÷ (-7) = 8, তেন্তে অখণ্ড সংখ্যা a ৰ মান নিৰ্ণয় কৰা ৷

সমাধান:

$$a\;\div\;(-7)\;=\;8\\=>\frac a{(-7)}=8\\=>a=\;-56$$

ত্তৰ— -56

(ii) যদি 125 ÷ b = -5, তেন্তে অখণ্ড সংখ্যা b মান নিৰ্ণয় কৰা ৷

সমাধান:

$$125\;\div\;b=-5\\=>\frac{125}b=-5\\=>-5b=125\\=>b=\frac{125}{-5}\\=>b=-25$$

ত্তৰ— -25

প্ৰশ্ন 4. a ÷ b = -5 হোৱাকৈ তিনিযোৰ অখণ্ড সংখ্যা লিখা ৷

ত্তৰ— (-10) ÷ 2= -5

(-15) ÷ 3= -5

(-25) ÷ 5= -5

30 ÷ (-6)= -5

(-40) ÷ 8= -5

SL. No. Contents (Class 7 Mathematics)
অধ্যায়-1 সংখ্যাৰ পৰিচয় : অখণ্ড সংখ্যা
অধ্যায়-2 ভগ্নাংশ আৰু দশমিক
অধ্যায়-3 তথ্যৰ ব্যৱহাৰ
অধ্যায়-4 সৰল সমীকৰণ
অধ্যায়-5 ৰেখা আৰু কোণ
অধ্যায়-6 ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম
অধ্যায়-7 ত্ৰিভুজৰ সৰ্বাংগসমতা
অধ্যায়-8 পৰিমাণৰ তুলনা
অধ্যায়-9 পৰিমেয় সংখ্যা
অধ্যায়-10 ব্যৱহাৰিক জ্যামিতি
অধ্যায়-11 পৰিসীমা আৰু কালি
অধ্যায়-12 বীজগণিতীয় ৰাশি
অধ্যায়-13 সূচক আৰু ঘাত
অধ্যায়-14 সমমিতি
অধ্যায়-15 গোটা আকৃতিক দৃশ্যায়ন

প্ৰশ্ন 5. শ্ৰেণী পৰীক্ষা এটাত 20 টা প্ৰশ্ন দিয়া হৈছে ৷ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে (-2) নম্বৰ দিয়া হৈছে ৷

(i) এজনে সকলো প্ৰশ্নৰ উত্তৰ কৰিলে ৷ কিন্তু তাইৰ 10 টাহে শুদ্ধ হৈছিল ৷ তেওঁৰ পোৱা মুঠ নম্বৰ কিমান ?

সমাধান:

10 টা শুদ্ধ উত্তৰৰ বাবে নম্বৰ পায় 10 X 5=50

10 টা ভুলৰ বাবে  10 X (-2)=-20

∴ তেওঁ পোৱা মুঠ নম্বৰ 50-20=30

ত্তৰ— 30

(ii) অন্য এজনে 5 টা শুদ্ধ কৰিলে ৷ তেওঁৰ নম্বৰ কিমান হ’ব ?

সমাধান:

5 টা শুদ্ধ উত্তৰৰ বাবে নম্বৰ পায় 5 X 5=25

15 টা ভুলৰ বাবে  15 X (-2)=-30

∴ তেওঁ পোৱা মুঠ নম্বৰ 25-30=-5

ত্তৰ— -5

প্ৰশ্ন 6. এটা পৰীক্ষাত প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে ৫ নম্বৰ আৰু প্ৰতিটো অশুদ্ধ  উত্তৰৰ বাবে (-2) নম্বৰ দিয়া হৈছিল ৷

(i) সুমনে প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰিছিল ৷ তাৰে তেওঁৰ 16 টা শুদ্ধ হ’ল আৰু 64 নম্বৰ পালে ৷

(ii) জয়াই আটাইকেইটা প্ৰশ্নৰ উত্তৰ কৰিছিল ৷ তেওঁ 6 টা শুদ্ধ কৰিছিল আৰু (-6) নম্বৰ পালে ৷

দুয়ো কেইটা প্ৰশ্নৰ উত্তৰ ভুল কৰিছিল ?

(i) সমাধান:

16 টা শুদ্ধ উত্তৰৰ বাবে নম্বৰ পায় 16 X 5= 80

সুমনে মুঠ নম্বৰ পাইছিল 64

এতিয়া, 80-64= 16

∴ সুমনে প্ৰশ্ন ভুল কৰে 16 ÷ 2= 8 টা

ত্তৰ— 8

(ii) সমাধান:

জয়াই 6 টা শুদ্ধ উত্তৰৰ বাবে নম্বৰ পায় 6 X 5 = 30

জয়াই মুঠ নম্বৰ পাইছিল -6

এতিয়া, 30- (-6)= 30 + 6=36

∴ জয়াই প্ৰশ্ন ভুল কৰে 36 ÷ 2= 18 টা

ত্তৰ— 18

প্ৰশ্ন 7. কোনো এটা ৰবৰৰ কোম্পানীয়ে বিক্ৰী কৰা প্ৰতিবেগ ৰবৰত 15 টকাকৈ লাভ কৰে ৷ প্ৰতিবেগ বেয়া হৈ যোৱা ৰবৰত 8 টকাকৈ লোকচান কৰে ৷

(i) কোম্পানীটোৱে এমাহত 1500 বেগ ভাল ৰবৰ আৰু 500 বেগ বেয়া ৰবৰ বিক্ৰী কৰিলে ৷ ইয়াত লাভ বা লোকচান কিমান হ’ব ?

সমাধান:

1500 বেগ ভাল ৰবৰ বিক্ৰী কৰিলে লাভ হয় 1500 X 15= 22,500

আৰু, 500 বেগ বেয়া ৰবৰ বিক্ৰী কৰি লোকচান হয় 500 X 8= 4,000

∴ লাভ হ’ব 22,500-4000= 18,500 টকা

ত্তৰ— 18,500 টকা

(ii) যদি 750 বেগ বেয়া ৰবৰ বিক্ৰী কৰা হয় তেন্তে কোনো লাভ বা লোকচান নহ’বলৈ মুঠ কিমান বেগ ভাল ৰবৰ বিক্ৰী কৰিব লাগিব?

সমাধান:

750 বেগ বেয়া ৰবৰ বিক্ৰী কৰিলে লোকচান হয় 750 X 8=6000 টকা

∴ লাভ বা লোকচান নহ’বলৈ ভাল ৰবৰ বিক্ৰী কৰিব লাগিব 6000÷15=400 বেগ

ত্তৰ— 400 বেগ

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close