SCERT class 7 Mathematics chapter 2 ভগ্নাংশ আৰু দশমিক free study material and solutions available here for free. So, if you are looking for class 7 Mathematics chapter 2 solutions (সপ্তম শ্ৰেণী গণিত বিষয়ৰ সমাধান), this is the right place for you. Let’s start the activities.
Class 7 Mathematics Chapter 2
Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Mathematics ( অধ্যায় ২ ভগ্নাংশ আৰু দশমিক) solutions.
অনুশীলনী 2.1
প্ৰশ্ন 1. পূৰণফল উলিওৱা—
A. (i) $$6\times\frac23\\=4$$
উত্তৰ— 4
(ii) $$7\times\frac15\\\Rightarrow1\frac25$$
(iii) $$5\times2\frac34\\\Rightarrow\frac{55}4\\\Rightarrow13\frac34$$
(iv) $$3\frac57\times28\\\Rightarrow\frac{26}7\times28\\\Rightarrow26\times4\\\Rightarrow104$$
(v) $$2\frac34\times5\\\Rightarrow\frac{11}4\times5\\\Rightarrow\frac{55}4\\\Rightarrow13\frac34\\$$
প্ৰশ্ন 5. মাকে হাত খৰচৰ বাবে দিয়া টকাৰে বিজিতে 3/5 অংশ বহী আৰু কলম কিনাত, 2/7 অংশ জ্যামিতি বাকচ কিনাত আৰু বাকী অংশ জমা ৰাখিলে ৷ বিজিতৰ হাতত কিমান অংশ টকা জমা থাকিল উলিয়াই তিনিওটা অংশ অধ:ক্ৰমত সজোৱা ৷
সমাধান:
বিজিতে মুঠতে খৰচ কৰে-
$$\frac35\;+\;\frac27\\=\frac{21+\;10}{35}\\=\frac{31}{35}$$
∴ হাতত জমা থাকিল-
$$1-\frac{31}{35}\\=\frac{35-31}{35}\\=\frac4{35}$$
তিনিওটা অংশ অধ:ক্ৰমত সজালে 3/5>2/7>4/35
প্ৰশ্ন 6. শ্যামলীয়ে ঘৰত প্ৰতিদিনে
শ্যামলীয়ে গণিত, ইংৰাজী আৰু বিজ্ঞান পঢ়াত খৰচ কৰে-
$$\frac25+\frac16\\=\frac{12+5}{30}\\=\frac{17}{30}$$
∴ অন্য বিষয়ত খৰচ কৰে-
$$1-\frac{17}{30}\\=\frac{30-17}{30}\\=\frac{13}{30}$$
∴ উৰ্ধক্ৰমত 1/6<2/5<13/30
প্ৰশ্ন 7. বিদ্যালয়ৰ ‘আদৰ্শ পঠন’ প্ৰতিযোগিতাত 3 মিনিটত উৎপলে নিৰ্দিষ্ট পৃষ্ঠাৰ 5/6 অংশ আৰু ৰুণজুনে সেই একেটা পৃষ্ঠাৰে একে সময়ত 10/11 অংশ পঢ়িবলৈ সক্ষম হৈছিল ৷ কোনে বেছি পঢ়িছিল ?
সমাধান:
উৎপলে-
$$\frac56\times66\\=5\times11\\=55$$
ৰুণজুনে-
$$\frac{10}{11}\times66\\=10\times6\\=60$$
11 আৰু 6 ৰ ল.সা.গু 66
উত্তৰ— ৰুণজুনে বেছি পঢ়ে ৷
প্ৰশ্ন 8. ৰিতাই এখন চুটি গল্পৰ কিতাপত থকা মুঠ 75 পৃষ্ঠাৰ 3/5 অংশ পঢ়িলে ৷ কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িবলৈ বাকী থাকিল ?
সমাধান:
ৰিতাই পঢ়ে-
$$75\;ৰ\;\frac35\\=75\;\times\frac35\\=15\times3\\=45$$
∴ পঢ়িবলৈ বাকী থাকিল: 75-45=30 পৃষ্ঠা
উত্তৰ— 30 পৃষ্ঠা
প্ৰশ্ন 9. এজন মানুহৰ হাতত 200 টকা আছিল ৷ তাৰে এক পঞ্চমাংশ তেওঁ বাছৰ ভাড়া হিচাপে দিলে ৷ মানুহজনৰ হাতত এতিয়া কিমান টকা থাকিল ?
সমাধান:
মানুহজনে ভাড়া হিচাপে দিলে—
$$200\;ৰ\;\frac15\\=200\times\frac15\\=40\times1\\=40$$
∴ মানুহজনৰ হাতত থাকি গ’ল: 200-40=160 টকা
উত্তৰ— 160 টকা
প্ৰশ্ন 10. ৰঞ্জুহতঁৰ ঘৰত থকা দুটা পানীৰ টেংকীত পুৱাৰ ভাগত প্ৰতিটোতে 500 লিটাৰকৈ পানী আছিল ৷ এটা টেংকীৰ 3/5 অংশ পানী গা-ধোৱা আৰু কাপোৰ ধোৱা কামত খৰচ হ’ল আৰু আনটো টেংকীৰ 1/4 অংশ পানী ৰন্ধা-বঢ়া কামত খৰচ হ’ল ৷ এতিয়া দুয়োটা টেংকীত মুঠতে কিমান পানী জমা থাকিল ?
সমাধান:
দুটা টেংকীত পানী আছে: 500 X 2= 1000 লিটাৰ
পানী খৰচ হয়—
$$\frac35+\frac14\\=\frac{12+5}{20}\\=\frac{17}{20}$$
∴ মুঠ পানী খৰচ হয়—
$$1000\;ৰ\;\frac{17}{20}\\=1000\times\frac{17}{20}\\=50\times17\\=850\;$$
∴ পানী জমা থাকিল : 1000-850= 150 লিটাৰ
উত্তৰ— 150 লিটাৰ
SL. No. | Contents (Class 7 Mathematics) |
অধ্যায়-1 | সংখ্যাৰ পৰিচয় : অখণ্ড সংখ্যা |
অধ্যায়-2 | ভগ্নাংশ আৰু দশমিক |
অধ্যায়-3 | তথ্যৰ ব্যৱহাৰ |
অধ্যায়-4 | সৰল সমীকৰণ |
অধ্যায়-5 | ৰেখা আৰু কোণ |
অধ্যায়-6 | ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম |
অধ্যায়-7 | ত্ৰিভুজৰ সৰ্বাংগসমতা |
অধ্যায়-8 | পৰিমাণৰ তুলনা |
অধ্যায়-9 | পৰিমেয় সংখ্যা |
অধ্যায়-10 | ব্যৱহাৰিক জ্যামিতি |
অধ্যায়-11 | পৰিসীমা আৰু কালি |
অধ্যায়-12 | বীজগণিতীয় ৰাশি |
অধ্যায়-13 | সূচক আৰু ঘাত |
অধ্যায়-14 | সমমিতি |
অধ্যায়-15 | গোটা আকৃতিক দৃশ্যায়ন |
প্ৰশ্ন 11. এটা কেকৰ 1/4 অংশ ববিতাই খাবলৈ ল’লে ৷ তেনেতে ককায়েক আহি তাইৰ ভাগৰ পৰা 2/5 অংশ থপিয়াই নিলে ৷ ববিতাই কেকটোৰ কিমান অংশ খাবলৈ পালে ?
সমাধান:
ককায়েকে খালে—
$$\frac14ৰ\;\frac25\\=\frac14\times\frac25\\=\frac1{10}$$
∴ ববিতাই খালে—
$$\frac14-\frac1{10}\\=\frac{5-2}{20}\\=\frac3{20}$$
4 আৰু 10 ৰ ল.সা.গু 20
উত্তৰ— 3/20 অংশ
প্ৰশ্ন 12. কাপোৰৰ দোকান এখনত মুঠতে যিমানটা চিলাই থোৱা চোলা (readymade shirt) আছে তাৰে 1/9 অংশ বগা, 5/9 অংশ নীলা আৰু বাকী অংশখিনি হালধীয়া ৰঙৰ ৷ যদি হালধীয়া ৰঙৰ চোলা 72 টা আছে, তেন্তে প্ৰতিবিধ চোলাৰ সংখ্যা কিমান ? দোকানখনত মুঠতে কিমান চোলা আছে ?
সমাধান:
মুঠতে নীলা, বগা চোলা আছে—
$$\frac19+\frac59\\=\frac{1+5}9\\=\frac69\\=\frac23$$
∴ হালধীয়া চোলা আছে:
$$1-\frac23\\=\frac{3-2}3\\=\frac13$$
প্ৰশ্নমতে, 1/3=72
∴ মুঠ চোলা—
$$72\div\frac13\\=72\times3\\=216$$
∴ বগা চোলা—
$$216\times\frac19\\=24\times1\\=24$$
∴ নীলা চোলা—
$$216\times\frac59\\=24\times5\\=120$$
উত্তৰ— বগা চোলা: 24 টা, নীলা চোলা: 120 টা আৰু হালধীয়া চোলা 72 টা
প্ৰশ্ন 13. খালী ঠাই পূৰ কৰা
$$(i)\;\frac34\times\frac▢▢=\frac9{20}\;\;(ii)\;\;\frac6▢\times\frac▢5=\frac{12}{35}\;\;(iii)\;\frac23\times\frac▢▢=1\;\;(iv)\;\frac5▢\times\frac7▢=1$$
উত্তৰ— $$(i)\;\frac34\times\frac35=\frac9{20}\;\;(ii)\;\;\frac67\times\frac25=\frac{12}{35}\;\;(iii)\;\frac23\times\frac32=1\;\;(iv)\;\frac57\times\frac75=11$$
অনুশীলনী – 2.2
প্ৰশ্ন 1. প্ৰতিক্ৰম নিৰ্ণয় কৰা—
$$(a)\;6\;\;(b)\;\frac12\;\;(c)\;\frac8{17}\;\;(d)\;1\;\;(e)\;2\frac35$$
উত্তৰ— $$(a)\;\frac16\;\;(b)\;\frac21\;or\;2\;\;(c)\;\frac{17}8\;\;(d)\;1\;\;(e)\;\frac5{13}$$
প্ৰশ্ন 2. মান নিৰ্ণয় কৰা—
$$A.\;(i)\;6\div\frac38\;\;(ii)\;31\;\div\frac23\;\;(iii)\;51\div\frac{17}3\;\;(iv)\;4\div\frac34\;\;(v)\;3\div2\frac14$$
উত্তৰ— $$(i)\;16\;\;(ii)\;46\frac12\;\;(iii)\;\frac43\;\;(iv)\;\frac{16}3\;\;(v)\;$$
$$B.\;\;(i)\;2\frac14\div3\;\;(ii)\;\frac{60}7\div15\;\;(iii)\;5\frac13\div4\;\;(iv)\;4\frac13\div3\;\;(v)\;4\frac37\div7$$
উত্তৰ— $$(i)\;\;\frac34\;\;(ii)\;\;\frac47\;\;(iii)\;\frac34\;(iv)\;\frac{13}9\;\;(v)\;\frac{31}{49}$$
$$C.\;(i)\;3\frac16\div2\frac13\;\;(ii)\;5\frac23\div4\frac14\;(iii)\;11\frac7{13}\div4\frac2{13}\;\;(iv)\;3\frac56\div2\frac45$$
উত্তৰ— $$(i)\;\frac{19}{14}\;or\;1\frac5{14}\;\;(ii)\;\frac43\;\;(iii)\;\frac{75}{27}\;or\;3\frac4{27}\;\;(iv)\;\frac{115}{84}\;or\;1\frac{31}{84}$$
সমাধান:
$$(\frac{3\times8}{4\times15})\div\frac{11}4\\\Rightarrow\frac25\times\frac4{11}\\\Rightarrow\frac8{55}$$
সমাধান:
$$1\frac{13}{22}\div\frac{11}6\\\Rightarrow\frac{35}{22}\times\frac6{11}\\\Rightarrow\frac{35}{11}\times\frac3{11}\\\Rightarrow\frac{105}{121}$$
সমাধান:
আনটো সংখ্যা হ’ব
$$1\frac12\div\frac9{14}\\\Rightarrow\frac32\times\frac{14}9\\\Rightarrow\frac73\;or\;2\frac13$$
সমাধান:
1 ঘন্টাত গাড়ীখন যাব
$$240\div3\frac13\\=240\div\frac{10}3\\=240\times\frac3{10}\\=24\times3\\=72$$
উত্তৰ— 72 কি মি
সমাধান:
দিয়া আছে, আয়তৰ কালি 24 বৰ্গ চে.মি আৰু দৈৰ্ঘ্য
∴ আয়তৰ প্ৰস্থ হ’ব—
$$24\div6\frac23\\=24\div\frac{20}3\\=24\times\frac3{20}\\=\frac{18}5\\=3\frac35$$
সমাধান:
∴ প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য—
$$12\frac12\div10\\=\frac{25}2\div10\\=\frac{25}2\times\frac1{10}\\=\frac52\times\frac12\\=\frac54\\=1\frac14\;mtr$$
প্ৰশ্ন 6. এটা বাচনৰ 3/4 অংশত পানী আছিল ৷ সেই পানীখিনিৰ 1/8 অংশকৈ সমানে ভগাই কেইটামান বাচনত থবলৈ হ’লে কেইটা বাচন লাগিব ?
সমাধান:
পানীখিনি সমানে ভাগ কৰিবলৈ মুঠ বাচন লাগিব—
$$\frac34\div\frac18\\=\frac34\times8\\=3\times2\\=6$$
উত্তৰ— 6 টা
প্ৰশ্ন 7. 6/4 অত 1/2 কেইটা আছে? চিত্ৰ সহায়ত ব্যাখ্যা কৰা ৷
উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ৷
প্ৰশ্ন 8. এখন উৰাজাহাজে 1/5 ঘন্টাত 200 কি মি দূৰত্ব গ’লে, 5 ঘন্টাত উৰাজাহাজখনে কিমান দূৰত্ব যাব ?
সমাধান:
উত্তৰ— 5,000 কি মি
সমাধান:
উত্তৰ— 4.1 কি মি
প্ৰশ্ন 10. প্ৰশ্নটোৰ চাৰিটাকৈ উত্তৰ দিয়া আছে ৷ শুদ্ধ উত্তৰটো বাছনি কৰা
যদি A+B=1 আৰু A-B=2/3 হয়, তেন্তে A আৰু B ভগ্নাংশ দুটা হ’ব
(i) A=5/6, B=3/6 (ii) A=2/3, B=1/3 (iii) A=5/6, B=1/6 (iv) A=3/5, B=1/5
উত্তৰ— (iii) A=5/6, B=1/6
(adsbygoogle = window.adsbygoogle || []).push({});