সংখ্যাৰ পৰিচয় : অখণ্ড সংখ্যা Class 7 Mathematics Chapter 1

SCERT class 7 Mathematics chapter 1 সংখ্যাৰ পৰিচয় : অখণ্ড সংখ্যা free study material and solutions available here for free. So, if you are looking for class 7 Mathematics chapter 1 solutions (সপ্তম শ্ৰেণী গণিত বিষয়ৰ সমাধান), this is the right place for you. Let’s start the activities.

Class 7 Mathematics Chapter 1

Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Mathematics ( অধ্যায় ১ সংখ্যাৰ পৰিচয় : অখণ্ড সংখ্যা) solutions.

সংখ্যাৰ পৰিচয় : অখণ্ড সংখ্যা

পাঠ ১

অনুশীলনী- 1.1

প্ৰশ্ন 1. 5  আৰু (-13) ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে ?

সমাধান:

5-(-13) = 5 + 13 = 18

∴ 5 আৰু -13 ৰ মাজত 18-1 = 17 টা

ত্তৰ— 17

প্ৰশ্ন 2. 13 আৰু (-13) ৰ মাজৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা দুটা লিখা ৷

ত্তৰ— 13 আৰু (-13) ৰ মাজৰ আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যাটো হৈছে  12 আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যাটো হৈছে -12 ৷

প্ৰশ্ন 3. তলত দিয়া অখণ্ড সংখ্যাবোৰ সংখ্যাৰেখাত বহুওৱা-

-6, 4, -10, 5, -1

প্ৰশ্ন 4. -15 তকৈ ডাঙৰ ৫টা ঋণাত্মক অখণ্ড সংখ্যা লিখা ৷

ত্তৰ— -14, -13, -12, -11, -10, -9

প্ৰশ্ন 5. সত্য নে অসত্য কোৱা

(i) ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় ৷

ত্তৰ— সত্য ৷

(ii) আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা ৷

ত্তৰ— অসত্য ৷

(iii) সংখ্যাৰেখাডাল ‘0’ (শূন্য) ৰ দুয়োফালে অসীমলৈ বিস্তাৰিত ৷

ত্তৰ— সত্য ৷

(iv) ‘0’ আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰেৰে পূৰ্ণ সংখ্যাৰ থূপটো গঠিত ৷

ত্তৰ— অসত্য ৷

(v) যদি a+b=0, তেন্তে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত ৷

ত্তৰ— সত্য ৷

প্ৰশ্ন 6. এযোৰ অখণ্ড সংখ্যা লিখা যাৰ-

(i) যোগফল  -3

ত্তৰ— -5 + 2

(ii) বিয়োগফল -5

ত্তৰ— 2-7

(iii) যোগফল 0

ত্তৰ— -1 + 1

(iv) বিয়োগফল 2

ত্তৰ— 3-1

প্ৰশ্ন 7. এযোৰ ঋণাত্মক অখণ্ড সংখ্যা লিখা যাৰ বিয়োগফল 6 ৷

সমাধান:

-6- (-12)= -6+ 12= 6

∴ ঋণাত্মক অখণ্ড সংখ্যাযোৰ হ’ল : -6 আৰু -12 ৷

ত্তৰ— -6, -12

প্ৰশ্ন 8. অখণ্ড সংখ্যা a আৰু b নিৰ্ণয় কৰা যাতে- (i) a + b ধনাত্মক         (ii) a ≠ b         (iii) a-b=0

ত্তৰ— (i) 2 + 3,       (ii) 2 ≠ 5,      (iii) 3-3=0

প্ৰশ্ন 9. বাকচৰ ভিতৰৰ খালী ঠাই পূৰ কৰা-

(i) (-15) + (-4) = (-4) + ▢

ত্তৰ— (-15)

(ii) ▢ + {(-7) + 8} = {5 + (-7)} + 8

ত্তৰ— 5

(iii) (-23) + ▢ = -23 = (-23) + ▢

ত্তৰ— 0

(iv) (-19) + ▢ = (-27)

ত্তৰ— (-8)

(v) x + 12 =0 হ’লে x= ▢

ত্তৰ— (-12)

প্ৰশ্ন 10. এজন মানুহে A স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ’ল ৷ কিন্তু আন এজন মানুহে A স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমে গ’ল ৷ তেতিয়া তেওঁলোকৰ দূৰত্বৰ অন্তৰ কি হ’ব ?

সমাধান:

Class 7 Mathematics chapter 1তেওঁলোকৰ দূৰত্বৰ অন্তৰ হ’ব : 6 + 14= 20 কিলোমিটাৰ

ত্তৰ— 20 কিলোমিটাৰ ৷

প্ৰশ্ন 11. এজন মানুহৰ হাতত 35 টকা জমা আছে কিন্তু আন এজনৰ 40 টকা ধাৰ আছে ৷ প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী ?

সমাধান:

এজনৰ হাতত জমা আছে 35 টকা

আনহাতে আনজনৰ ধাৰ আছে 40 টকা

∴ প্ৰথমজন মানুহ দ্বিতীয়জনতকৈ চহকী : 35 + 40= 75 টকা

ত্তৰ— 75 টকা ৷

(টোকা: প্ৰথমজনৰ হাতত জমা আছে 35 টকা, আনহাতে আনজনৰ ধাৰ আছে 40 টকা ৷ ধাৰ থকা জনে 40 টকা ধাৰ মৰাৰ পাছত আৰু 35 টকা গোটালেহে প্ৰথমজনৰ হাতত কমা থকা ধনৰ সমান হ’ব ৷ গতিকে 40 + 35= 75 টকা চহকী)

প্ৰশ্ন 12. কোনো এটা মঙলবাৰে পুৱা 5 বজাত গুৱাহাটীত তাপমাত্ৰা আছিল 25° C ৷ কিন্তু বিয়লি 2 বজাত তাপমাত্ৰা 8° C বাঢ়িল আৰু ৰাতি 10 বজাত 3° C তাপমাত্ৰা কমিল ৷ বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা পুনৰ 5° Cবাঢ়িলে ৷ এই সময়ত তাপমাত্ৰা কিমান হ’ল ?

সমাধান:

25° C + 8° C + (-3° C) + 5° C

25° C + 8° C – 3° C + 5° C

38° C- 3° C= 35° C

ত্তৰ— 35° C

প্ৰশ্ন 13. অনুৰাধাই বেংকত 3,200 টকা জমা থলে আৰু পিছদিনা তাৰে 2,540 টকা উলিয়াই আনিলে ৷ টকাখিনি উলিয়াই অনাৰ পিছত বেংকত অনুৰাধাৰ কিমান টকা জমা থাকিব ?

সমাধান:

বেংকত জমা থলে : 3,200 টকা

তাৰে উলিয়াই আনিলে : 2,540 টকা

টকাখিনি উলিয়াই অনাৰ পিছত অনুৰাধাৰ বেংকত জমা থাকিল : 3,200-2540= 660 টকা

ত্তৰ— 660 টকা

প্ৰশ্ন 14. দুটা সংখ্যাৰ যোগফল -5 ৷ যদি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হ’ব ?

সমাধান:

দিয়া আছে,

দুটা সংখ্যাৰ যোগফল -5

তাৰে এটা সংখ্যা 18

ধৰা হ’ল, আনটো সংখ্যা a

এতিয়া, a + 18=-5

a= -5-18

a=-23

ত্তৰ— -23

SL. No. Contents (Class 7 Mathematics)
অধ্যায়-1 সংখ্যাৰ পৰিচয় : অখণ্ড সংখ্যা
অধ্যায়-2 ভগ্নাংশ আৰু দশমিক
অধ্যায়-3 তথ্যৰ ব্যৱহাৰ
অধ্যায়-4 সৰল সমীকৰণ
অধ্যায়-5 ৰেখা আৰু কোণ
অধ্যায়-6 ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম
অধ্যায়-7 ত্ৰিভুজৰ সৰ্বাংগসমতা
অধ্যায়-8 পৰিমাণৰ তুলনা
অধ্যায়-9 পৰিমেয় সংখ্যা
অধ্যায়-10 ব্যৱহাৰিক জ্যামিতি
অধ্যায়-11 পৰিসীমা আৰু কালি
অধ্যায়-12 বীজগণিতীয় ৰাশি
অধ্যায়-13 সূচক আৰু ঘাত
অধ্যায়-14 সমমিতি
অধ্যায়-15 গোটা আকৃতিক দৃশ্যায়ন

প্ৰশ্ন 15. -23 ৰ লগত কি যোগ কৰিলে যোগফল 0 হ’ব ?

ত্তৰ— 23

প্ৰশ্ন 16. দুটা অখণ্ড সংখ্যাৰ যোগফল -48 তাৰে এটা -20 হ’লে আনটো কিমান হ’ব ?

সমাধান:

দিয়া আছে, দুটা অখণ্ড সংখ্যাৰ যোগফল -48

তাৰে এটা সংখ্যা -20

ধৰি লোৱা হ’ল, আনটো সংখ্যা a

a + (-20)= -48

=>a- 20=-48

=>a=-48+20

=>a= -28

∴ আনটো সংখ্যা -28

ত্তৰ— -28

প্ৰশ্ন 17. সংখ্যাৰেখা ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা :

(i) (+5) – (-3)                          (iii)  (-6) -(+5)

(ii)  (+6) + (-5)                        (iv)  (-8) + (-3)

ত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ৷

প্ৰশ্ন 18. তলৰ উক্তিসমূহৰ শুদ্ধ অশুদ্ধ বিচাৰ কৰা :

(i) (-6) + 23 + (-2) = (-2) + (-6) + (23)

ত্তৰ— শুদ্ধ

(ii)  (16-15) + (-7) = 16- {15+(-7)}

ত্তৰ— অশুদ্ধ

(iii) স্বাভাৱিক সংখ্যা সমূহ বিয়োগত আৱদ্ধ ৷

ত্তৰ— অশুদ্ধ

(iv) 0 আৰু -670 ৰ ভিতৰত -670 সংখ্যাটো ডাঙৰ ৷

ত্তৰ— অশুদ্ধ

(v) বিয়োগত ক্ৰম বিনিময় আৰু সহযোগ ধৰ্ম প্ৰযোজ্য নহয় ৷

ত্তৰ— শুদ্ধ

অনুশীলনী : 1:2 [Class 7 Mathematics Chapter 1]

প্ৰশ্ন 1.  পূৰণফল নিৰ্ণয় কৰা—

(i) 5 X (-2)

ত্তৰ— -10

(ii) (-3) X 7

ত্তৰ— -21

(iii) (-4) X (-3)

ত্তৰ— 12

(iv) (-129) X (-1)

ত্তৰ— 129

(v) (-12) X 0 X (-17)

ত্তৰ— 0

(vi) (-22) X (-11) X 10

ত্তৰ— 2420

(vii) 13 X (-5) X (-3)

ত্তৰ— 195

(viii) (-27) X (-31) X (-2)

ত্তৰ— -1674

(ix) (-3) X (-1) X (-2) X 5

ত্তৰ— -30

প্ৰশ্ন 2. সত্যাসত্য বিচাৰ কৰা

(i) 27 X {(-5) + 10}=27 X (-5) + 27X 10

ত্তৰ— সত্য ৷

(ii) (-25) X {(-16)+(-24)}=(-25) X (-16) X (-24)

ত্তৰ— অসত্য ৷

(iii) a – (-b)=a+b য’ত a=(-75), b=(-20)

ত্তৰ— সত্য ৷

প্ৰশ্ন 3. (i) যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33 ৷ তাৰে এটা 11 হ’লে আনটো কিমান ?

সমাধান:

দিয়া আছে, দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33

তাৰে এটা সংখ্যা 11

ধৰি লোৱা হ’ল, আনটো সংখ্যা a

এতিয়া, a X 11 = -33

=> a= -33/11

=> a= -3

ত্তৰ— -3

(ii) যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51 ৷ তাৰে এটা -1 হ’লে আনটো কিমান ?

সমাধান:

দিয়া আছে, দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51

তাৰে এটা সংখ্যা -1

ধৰি লোৱা হ’ল, আনটো সংখ্যা a

এতিয়া, a X (-1)=51

=> a=51/-1

=> a= -51

ত্তৰ— -51

(iii) যিকোনো অখণ্ড সংখ্যা a ৰ বাবে (-1 X a) ৰ মান কিমান হ’ব ?

ত্তৰ— -a

প্ৰশ্ন 4. উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰা

(i) 125 X (-54) X 8

সমাধান:

125 X (-54) X 8

=> 125 X 8 X (-54)

=> 1000 X (-54)

=> -54000

ত্তৰ— -54000

(ii) (-25) X (-97) X 4

সমাধান:

(-25) X (-97) X 4

=> (-25) X 4 X (-97)

=> (-100) X (-97)

=> 9700

ত্তৰ— 9700

(iii) (-27) X (-33)

সমাধান:

(-27) X (-33)

=> 27 X 33

=> 27 (30+3)

=>27 X30 + 27 X 3

=>810 + 81

=> 891

ত্তৰ— 891

(iv) 25 X (-58) + (-58) X (-35)

সমাধান:

25 X (-58) + (-58) X (-35)

=> 58 (-25 +35)

=> 58 X 10

=> 580

ত্তৰ— 580

(v) 15 X (-25) X (-4) X (-10)

সমাধান:

15 X (-25) X (-4) X (-10)

=> 15 X (-10) X (-25) X (-4)

=> -150 X 100

=> -15000

ত্তৰ— -15000

প্ৰশ্ন 6. বিনিময় আৰু সহযোগ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা:

(i) 125 X (-54) X 8

সমাধান:

125 X (-54) X 8

=> 125 X 8 X (-54)

=> 1000 X (-54)

=> -54000

ত্তৰ— -54000

(ii) (-25) X 75 X 8 X (-4)

সমাধান:

(-25) X 75 X 8 X (-4)

=> (-25) X 8 X 75 X (-4)

=> (-200) X (-300)

=> 60,000

ত্তৰ— 60,000

প্ৰশ্ন 6. বিতৰণ বিধিৰ শহায়ত মান নিৰ্ণয় কৰা :

(i) 172 X 25 + 172 X 35

সমাধান:

172 X 25 + 172 X 35

=> 172(25 + 35)

=> 172 X 60

=> 10320

ত্তৰ— 10320

(ii) 159 X 82 + 159 X 16 + 159 X 2

সমাধান:

159 X 82 + 159 X 16 + 159 X 2

=> 159 (82 + 16 + 2)

=> 159 X 100

=> 15900

ত্তৰ— 15900

(iii) 67 X 78 + 67 X (-43) + 67 X (-25)

সমাধান:

67 X 78 + 67 X (-43) + 67 X (-25)

=> 67 {78 + (-43) + (-25)}

=> 67 (78-43-25)

=> 67 X 10

=> 670

ত্তৰ— 670

(iv) 999 X 99 + 99

সমাধান:

999 X 99 + 99

=> 999 X 99 + 99 X 1

=> 99(999 + 1)

=> 99 X 1000

=> 99000

ত্তৰ— 99000

(v) 58 X 47 + 94

সমাধান:

58 X 47 + 94

=> 58 X 47 + 47 X2

=> 47 (58 + 2)

=> 47 X 60

=> 2820

ত্তৰ— 2820

প্ৰশ্ন 7. শুদ্ধ অশুদ্ধ বিচাৰ কৰা :

(i) (-7) X 15 X (-4)=(-7) X 15 + (-7) X (-4)

ত্তৰ— অশুদ্ধ ৷

(ii) (-6) X 23 X (-2)=(-2) X (-6) X 23

ত্তৰ— শুদ্ধ ৷

(iii) (-5) X {(-3) X 2}= {(-5) X (-3)} X 2

ত্তৰ— শুদ্ধ ৷

(iv) (-175) X (-1)=-175

ত্তৰ— অশুদ্ধ ৷

(v) (-25) X (-4) X 0=1000

ত্তৰ— অশুদ্ধ ৷

অনুশীলনী 1.3 ৰ বাবে তোমালোকে ইয়াত click কৰা  Class 7 Mathmatics 1.3

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close