In this post, we have included all the multiple choice questions (MCQs) of class 8 social science chapter 1 “প্ৰাকৃতিক সম্পদ”. So, if you are looking for SCERT class 8 multiple choice questions, this is the right place for you.
Class 8 Social Science Chapter 1 MCQs
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials for the students of Assam. Now lets have a look at the SCERT প্ৰাকৃতিক সম্পদ class 8 social science chapter 1 MCQs.
প্ৰাকৃতিক সম্পদ MCQs
Chapter 1
১) পৃথিৱীৰ উপৰিভাগৰ ভূমিৰ পৰিমাণ হৈছে-
(ক) ৮ শতাংশ (খ) ২৫ শতাংশ (গ) ২৯ শতাংশ (ঘ) ৩৫ শতাংশ
উত্তৰ— (গ) ২৯ শতাংশ ৷
২) ভাৰতৰ সমূদায় মাটিৰ কৃষিকাৰ্যত ব্যৱহৃত মাটিত পৰিমাণ হৈছে-
(ক) ৪০ শতাংশ (খ) ৫৪ শতাংশ (গ) ৪৫ শতাংশ (ঘ) ৫৫ শতাংশ
উত্তৰ— (খ) ৫৪ শতাংশ ৷
৩) তলত উল্লেখিত মানুহৰ কোনটো কাৰ্যই ভূমি সম্পদৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছে-
(ক) কৃষি কাৰ্য (খ) বনানীকৰণ (গ) মৰুকৰণ (ঘ) গৃহ নিৰ্মাণ
উত্তৰ— (গ) মৰুকৰণ ৷
৪) পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ পানীৰে আবৃত-
(ক) দুই-তৃতীয়াংশ (খ) এক-চতুৰ্থাংশ (গ) এক-তৃতীয়াংশ (ঘ) ওপৰৰ এটাও নহয়
উত্তৰ— (ক) দুই-তৃতীয়াংশ ৷
৫) তলত উল্লেখিত কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা পানী পুনৰ উৎসসমূহত জমা হয়-
(ক) বাষ্পীভৱন (খ) অধোক্ষেপণ (গ) প্ৰবহন (ঘ) ওপৰত উল্লেখিত আটাইকেইটা
উত্তৰ— (ঘ) ওপৰত উল্লেখিত আটাইকেইটা ৷
৬) পৃথিৱীৰ মুঠ মাটি কালিৰ কিমান অংশ বননি ঘাঁহনিয়ে আগুৰি আছে ?
(ক) দুই-তৃতীয়াংশৰ কম (খ) এক-চতুৰ্থাংশৰ কম (গ) এক-তৃতীয়াংশৰ কম (ঘ) ওপৰৰ এটাও নহয়
উত্তৰ— (গ) এক-তৃতীয়াংশৰ কম ৷
৭) তলত উল্লেখ কৰা কোনটো জীৱাষ্ম ইন্ধন নহয়-
(ক) জৈৱ গেছ (খ) প্ৰাকৃতিক গেছ (গ) কয়লা (ঘ) পেট্ৰ’লিয়াম
উত্তৰ— (ক) জৈৱ গেছ ৷
৮) শক্তি সম্পদক কিমান ভাগত ভাগ কৰা হৈছে?
(ক) ২ ভাগত (খ) ৩ ভাগত (গ) ৪ ভাগত (ঘ) ৬ ভাগত
উত্তৰ— (ক) ২ ভাগত ৷
৯) গ্ৰামাঞ্চলৰ কৃষকসকল জীয়াই থাকিবৰ বাবে কিহৰ ওপৰত নিৰ্ভৰশীল?
(ক) বায়ু (খ) মাটি (গ) উদ্যোগ (ঘ) ওপৰৰ এটাও নহয়
উত্তৰ— (খ) মাটি ৷
১০) তলত উল্লেখ কৰা কোনখন দেশ প্ৰধান বতাহ শক্তি উৎপাদনকাৰী দেশসমূহৰ এখন-
(ক) ভাৰত (খ) নেপাল (গ) ভূটান (ঘ) জাৰ্মানী
উত্তৰ— (ঘ) জাৰ্মানী
Also Read :- প্ৰাকৃতিক সম্পদ Class 8 প্ৰশ্ন উত্তৰ
sl. No. | contents (class 8 social science MCQs) |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ MCQs |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ MCQs |
পাঠ-3 | বসতি MCQs |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন MCQs |
পাঠ-5 | সাগৰ–মহাসাগৰ MCQs |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা MCQs |
পাঠ-7 | অসমৰ নদ–নদী MCQs |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ MCQs |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান MCQs |
পাঠ-10 | মধ্য যুগৰ অসম MCQs |
পাঠ-11 | অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি MCQs |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন MCQs |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ MCQs |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ MCQs |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম MCQs |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ MCQs |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন MCQs |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা MCQs |
পাঠ-19 | আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা MCQs |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা MCQs |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা MCQs |
পাঠ-22 | ভাৰতীয় সংবিধান MCQs |
পাঠ-23 | মৌলিক অধিকাৰ MCQs |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য MCQs |