১৮৫৭ চনৰ বিদ্ৰোহ Class 8 Social Science Chapter 16 MCQs

In this post, we have included all the multiple choice questions (MCQs) of class 8 social science chapter 16 “১৮৫৭ চনৰ বিদ্ৰোহ”. So, if you are looking for SCERT class 8 social science chapter 16 MCQs (multiple choice questions), this is the right place for you.

Class 8 Social Science Chapter 16 MCQs

Class 8 social science chapter 16 MCQseStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials for the students of Assam. Now lets have a look at the SCERT ১৮৫৭ চনৰ বিদ্ৰোহ class 8 social science chapter 16 MCQs.

১৮৫৭ চনৰ বিদ্ৰোহ

Chapter 16

১) চিপাহী বিদ্ৰোহ কিমান চনত সংঘতিত হৈছিল ?

(ক)  ১৮৫৭ চনত             (খ)  ১৭৫৭ চনত            (গ)  ১৮৬৭ চনত            (ঘ)  ১৭৬৭ চনত

উত্তৰ— (ক)  ১৮৫৭ চনত ৷

২)  চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল ?

(ক)  মনিৰাম দেৱান          (খ)  ৰানী লক্ষ্মীবাঈ           (গ)  গজাধৰ সিং           (ঘ) মঙ্গল পাণ্ডে

উত্তৰ— (ঘ) মঙ্গল পাণ্ডে ৷

৩) ভাৰতৰ প্ৰথম চাহ খেতিয়ক কোন ?

(ক)  মনিৰাম দেৱান          (খ)  গোমধৰ কোঁৱৰ          (গ)  পিয়লি বৰুৱা         (ঘ)  কৰ্ন্দপেশ্বৰ সিংহ

উত্তৰ— (ক)  মনিৰাম দেৱান ৷

৪) ফুলগুৰিৰ ধেৱা কিমান চনত সংঘটিত হৈছিল ?

(ক)  ১৮৯৪ চনত          (খ)  ১৮৬১ চনত           (গ)  ১৮৬৩ চনত              (ঘ)  ১৮৭০ চনত

উত্তৰ— (খ)  ১৮৬১ চনত ৷

৫) মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক কিমান চনত ফাঁচি দিয়া হৈছিল ?

(ক) ১৮৫৭ চনত            (খ)  ১৮৫৮ চনত        (গ)  ১৮৬১ চনত           (ঘ)  ১৮৬০ চনত

উত্তৰ— (খ)  ১৮৫৮ চনত ৷

৬) পলাশী যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?

(ক)  ১৭৫৭ চনত          (খ)  ১৮৫৭ চনত           (গ)  ১৭৫৬ চনত          (ঘ)  ১৮৫৬ চনত

উত্তৰ— (ক)  ১৭৫৭ চনত ৷

৭) চিপাহী বিদ্ৰোহৰ প্ৰধান কাৰণ কি আছিল ?

(ক)  চিপাহী সকলৰ সাগৰীয় যাত্ৰা বাধসতামূলক কৰা           (খ)  এনফিল্ড ৰাইফলৰ গুলীৰ ব্যৱহাৰ         (গ)  ভাৰতীয় চিপাহী সকলৰ ভাট্টা বন্ধ কৰা         (ঘ) ওপৰত উল্লেখিত এটাও নহয়

উত্তৰ— (খ)  এনফিল্ড ৰাইফলৰ গুলীৰ ব্যৱহাৰ ৷

৮) অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

(ক)  পিয়লি ফুকন              (খ)  কৰ্ন্দপেশ্বৰ সিংহ                   (গ)  মণিৰাম দেৱান                    (ঘ)  গোমধৰ কোঁৱৰ

উত্তৰ— (গ)  মণিৰাম দেৱান ৷

sl. No. contents (class 8 social science MCQs)
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1 প্ৰাকৃতিক সম্পদ MCQs
পাঠ-2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ MCQs
পাঠ-3 বসতি MCQs
পাঠ-4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন MCQs
পাঠ-5 সাগৰ–মহাসাগৰ MCQs
পাঠ-6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা MCQs
পাঠ-7 অসমৰ নদ–নদী MCQs
পাঠ-8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ MCQs
ইতিহাস খণ্ড
পাঠ-9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান MCQs
পাঠ-10 মধ্য যুগৰ অসম MCQs
পাঠ-11 অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি MCQs
পাঠ-12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন MCQs
পাঠ-13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ MCQs
পাঠ-14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ MCQs
পাঠ-15 সাম্ৰাজ্যবাদ আৰু অসম MCQs
পাঠ-16 ১৮৫৭ চনৰ বিদ্ৰোহ MCQs
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17 মানৱ সম্পদ উন্নয়ন MCQs
পাঠ-18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা MCQs
পাঠ-19 আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা MCQs
পাঠ-20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা MCQs
পাঠ-21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা MCQs
পাঠ-22 ভাৰতীয় সংবিধান MCQs
পাঠ-23 মৌলিক অধিকাৰ MCQs
পাঠ-24 আমাৰ মৌলিক কৰ্তব্য MCQs
(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close