অসমৰ নদ-নদী Class 8 Social Science Chapter 7 MCQs

In this post, we have included all the multiple choice questions (MCQs) of class 8 social science chapter 7 “অসমৰ নদ-নদী”. So, if you are looking for SCERT class 8 social science chapter 7 MCQs (multiple choice questions), this is the right place for you.

Class 8 Social Science Chapter 7 MCQs

Class 8 Social Science Chapter 7 MCQseStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials for the students of Assam. Now lets have a look at the SCERT অসমৰ নদ-নদী class 8 social science chapter 7 MCQs.

অসমৰ নদ-নদী

Chapter 7

১) বৰাইল পৰ্বত কোনখন জিলাত অৱস্থিত?

(ক)  মৰিগাওঁ                   (খ)  চৰাইদেউ                     (গ)  ডিমাহাছাও                         (ঘ)  শিৱসাগৰ

উত্তৰ— (গ)  ডিমাহাছাও ৷

২) ব্ৰহ্মপুত্ৰৰ উৎসৰ পৰা মোহনালৈকে দৈৰ্ঘ্য কিমান?

(ক)  ২,৯০৬ কিল’মিটাৰ                 (খ)  ৩,৪০২ কিল’মিটাৰ              (গ)  ৩,১০৪ কিল’মিটাৰ             (ঘ)  ২,৮০৯ কিল’মিটাৰ

উত্তৰ— (ক)  ২,৯০৬ কিল’মিটাৰ ৷

৩) তলত উল্লেখ কৰা কোনটো ব্ৰহ্মপুত্ৰৰ স্থায়ী চাপৰি?

(ক)  কান্ধুলীমাৰী              (খ)  শিয়ালমাৰী                  (গ)  ভাঙনমাৰী               (ঘ)  ওপৰত উল্লেখিত আটাইকেইটা

উত্তৰ— (ঘ) ওপৰত উল্লেখিত আটাইকেইটা ৷

৪) মাজুলীৰ বৰ্তমান মাটিকালি কিমান?

(ক)  ৫১৪ বৰ্গ কিল’মিটাৰ            (খ)  ৬১৪ বৰ্গ কিল’মিটাৰ              (গ)  ৫১০ বৰ্গ কিল’মিটাৰ              (ঘ)  ৪১৮ বৰ্গ কিল’মিটাৰ

উত্তৰ— (ক)  ৫১৪ বৰ্গ কিল’মিটাৰ ৷

৫) বাংলাদেশত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য কিমান?

(ক)  ৩৫০ কিল’মিটাৰ             (খ)  ৪৫০ কিল’মিটাৰ              (গ)  ৫৫০ কিল’মিটাৰ             (ঘ)  ৪৭০ কিল’মিটাৰ

উত্তৰ— (খ)  ৪৫০ কিল’মিটাৰ ৷

৬) বাৰ্ষিক জল প্ৰবাহৰ পৰিমাণৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ পৃথিৱীৰ নৈসমূহৰ ভিতৰত কিমান নম্বৰ স্থানত আছে?

(ক)  প্ৰথম               (খ)  দ্বিতীয়                (গ) তৃতীয়                 (ঘ)  চতুৰ্থ

উত্তৰ— (গ) তৃতীয় ৷

৭) বৰাক নৈখনৰ দৈৰ্ঘ্য কিমান?

(ক)  ৯০০ কিল’মিটাৰ            (খ)  ৮০০ কিল’মিটাৰ            (গ)  ৭০০ কিল’মিটাৰ             (ঘ)  ৮৫০ কিল’মিটাৰ

উত্তৰ— (ক)  ৯০০ কিল’মিটাৰ ৷

৮) ব্ৰহ্মপুত্ৰৰ অসমত থকা প্ৰধান উপনৈৰ সংখ্যা-

(ক)  ৮০ খন            (খ)  ৯০ খন                 (গ)  ৮৫ খন                  (ঘ)  ৭০ খন

উত্তৰ— (খ)  ৯০ খন ৷

৯) বৰাক নৈৰ অসমত থকা উপনৈৰ সংখ্যা-

(ক)  ২১ খন               (খ)  ২৫ খন                 (গ)  ২৭ খন                   (ঘ)  ৩০ খন

উত্তৰ— (গ)  ২৭ খন ৷

sl. No. contents (class 8 social science MCQs)
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1 প্ৰাকৃতিক সম্পদ MCQs
পাঠ-2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ MCQs
পাঠ-3 বসতি MCQs
পাঠ-4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন MCQs
পাঠ-5 সাগৰ–মহাসাগৰ MCQs
পাঠ-6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা MCQs
পাঠ-7 অসমৰ নদ–নদী MCQs
পাঠ-8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ MCQs
ইতিহাস খণ্ড
পাঠ-9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান MCQs
পাঠ-10 মধ্য যুগৰ অসম MCQs
পাঠ-11 অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি MCQs
পাঠ-12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন MCQs
পাঠ-13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ MCQs
পাঠ-14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ MCQs
পাঠ-15 সাম্ৰাজ্যবাদ আৰু অসম MCQs
পাঠ-16 ১৮৫৭ চনৰ বিদ্ৰোহ MCQs
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17 মানৱ সম্পদ উন্নয়ন MCQs
পাঠ-18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা MCQs
পাঠ-19 আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা MCQs
পাঠ-20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা MCQs
পাঠ-21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা MCQs
পাঠ-22 ভাৰতীয় সংবিধান MCQs
পাঠ-23 মৌলিক অধিকাৰ MCQs
পাঠ-24 আমাৰ মৌলিক কৰ্তব্য MCQs
(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close