বসতি : গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন Class 8 Social Science Chapter 4 MCQs

In this post, we have included all the multiple choice questions (MCQs) of class 8 social science chapter 4 “বসতি : গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন”. So, if you are looking for SCERT class 8 social science mcqs (multiple choice questions), this is the right place for you.

Class 8 Social Science Chapter 4 MCQs

Class 8 social science chapter 4 MCQseStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials for the students of Assam. Now lets have a look at the SCERT বসতি : গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন class 8 social science chapter 4 MCQs.

বসতি : গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন MCQs

Chapter 4

১) কিহৰ ওপৰত ভিত্তি কৰি গাঁৱৰ মানুহে বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান, উৎসৱ-পাৰ্বন, পূজা-অৰ্চনা আদি অনুষ্ঠিত কৰে?

(ক)  কৃষি                  (খ)  চাকৰি                 (গ)  ব্যৱসায়               (ঘ)  ওপৰত উল্লেখ কৰা এটাও নহয়

উত্তৰ— (ক)  কৃষি ৷

২) তলত উল্লেখ কৰা কোনখন ঠাই এখন ঔদ্যোগিক নগৰ-

(ক)  তিৰুপতি                (খ)  ভেলোৰ                 (গ)  পুৰী                   (ঘ)  বাৰাউনী

উত্তৰ— (ঘ)  বাৰাউনী ৷

৩) তলত উল্লেখ কৰা কোনখন ঠাই এখন ধৰ্মীয় নগৰ-

(ক)  দাৰ্জিলিং                  (খ)  পুৰী                    (গ)  ভিল্লাই                (ঘ)  বাৰাউনী

উত্তৰ— (খ)  পুৰী ৷

৪) এক লাখতকৈ অধিক জনসংখ্যা থকা পৌৰ প্ৰশাসিত এলেকাক কি বুলি কোৱা হয় ?

(ক)  মহানগৰ               (খ)  অতি মহানগৰ                (গ)  নগৰ                (ঘ)  মেগাল’পলিছ

উত্তৰ— (ক)  মহানগৰ ৷

৫) আমাৰ দেশত এখন ঠাই নগৰ হ’বলৈ কিমান প্ৰাৰম্ভিক জনসংখ্যাৰ প্ৰয়োজন?

(ক)  ২,৫০০ জন                 (খ)  ৩০,০০০ জন                (গ)  ৫,৫০০ জন              (ঘ)  ওপৰত উল্লেখিত এটাও নহয়

উত্তৰ— (গ)  ৫,৫০০ জন ৷

৬) উৎপত্তিৰ যুগ অনুসৰি ভাৰতৰ নগৰসমূহক কেইটা শ্ৰেণীত বিভক্ত কৰিব পাৰি-

(ক)  দুটা              (খ)  চাৰিটা               (গ)  তিনিটা               (ঘ)  পাঁচটা

উত্তৰ— (গ)  তিনিটা ৷

৭) তলত উল্লেখ কৰা নগৰসমূহৰ ভিতৰত কোনখন এখন প্ৰাচীন নগৰ-

(ক)  বাৰাণসী          (খ)  নাগপুৰ              (গ)  কলকাতা           (ঘ) দিল্লী

উত্তৰ— (ক)  বাৰাণসী ৷

৮) অসমত পৌৰ প্ৰশাসনৰ দ্বাৰা পৰিচালিত পূৰ্ণ পৰ্যায়ৰ নগৰৰ সংখ্যা-

(ক)  ৭০ খন                (খ)  ৮০ খন            (গ)  ৬০ খন               (ঘ)  ৭৮ খন

উত্তৰ— (খ)  ৮০ খন ৷

Also Read : বসতি : গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন Question Answer

sl. No. contents (class 8 social science MCQs)
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1 প্ৰাকৃতিক সম্পদ MCQs
পাঠ-2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ MCQs
পাঠ-3 বসতি MCQs
পাঠ-4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন MCQs
পাঠ-5 সাগৰ–মহাসাগৰ MCQs
পাঠ-6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা MCQs
পাঠ-7 অসমৰ নদ–নদী MCQs
পাঠ-8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ MCQs
ইতিহাস খণ্ড
পাঠ-9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান MCQs
পাঠ-10 মধ্য যুগৰ অসম MCQs
পাঠ-11 অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি MCQs
পাঠ-12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন MCQs
পাঠ-13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ MCQs
পাঠ-14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ MCQs
পাঠ-15 সাম্ৰাজ্যবাদ আৰু অসম MCQs
পাঠ-16 ১৮৫৭ চনৰ বিদ্ৰোহ MCQs
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17 মানৱ সম্পদ উন্নয়ন MCQs
পাঠ-18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা MCQs
পাঠ-19 আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা MCQs
পাঠ-20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা MCQs
পাঠ-21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা MCQs
পাঠ-22 ভাৰতীয় সংবিধান MCQs
পাঠ-23 মৌলিক অধিকাৰ MCQs
পাঠ-24 আমাৰ মৌলিক কৰ্তব্য MCQs
(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close