বসতি Class 8 Social Science Chapter 3 MCQs

In this post, we have included all the multiple choice questions (MCQs) of class 8 social science chapter 3 “বসতি”. So, if you are looking for SCERT class 8 multiple choice questions, this is the right place for you.

Class 8 Social Science Chapter 3 MCQs

Class 8 Social Science Chapter 3 MCQseStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials for the students of Assam. Now lets have a look at the SCERT বসতি class 8 social science chapter 3 MCQs.

বসতি MCQs

Chapter 3

১) আদিম যুগৰ অঘৰী মানুহে কি কাৰণত ঘৰ সাজি বাস কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল-

(ক)  ৰ’দৰ পৰা ৰক্ষা পাবৰ বাবে           (খ)  বৰষুণৰ পৰা ৰক্ষা পাবৰ বাবে          (গ)  বন্যপ্ৰাণীৰ পৰা ৰক্ষা পবৰ বাবে             (ঘ)  আটাইকেইটা

উত্তৰ— (ঘ)  আটাইকেইটা ৷

২) বসতি কেই প্ৰকাৰৰ ?

(ক)  2                             (খ)  4                           (গ)  3                  (ঘ)  6

উত্তৰ— (ক)  2

৩) গ্ৰাম্য বসতিৰ মূল ভিত্তি হৈছে-

(ক)  বাণিজ্য                    (খ)  কৃষি                     (গ)  যাতায়াত                (ঘ)  ওপৰত উল্লেখ কৰা এটাও নহয়

উত্তৰ— (খ)  কৃষি ৷

৪) নগৰীয়া বসতিৰ আন এটা নাম হৈছে-

(ক)  ৰৈখিক বসতি            (খ)  তৰাৰুপী বসতি             (গ)  পৌৰ বসতি              (ঘ)  বৰ্গক্ষেত্ৰাকাৰ বসতি

উত্তৰ— (গ)  পৌৰ বসতি ৷

৫) নগৰবাসীসকল কোন বৃত্তিৰ লোক-

(ক)  দ্বিতীয় বৃত্তি                (খ)  তৃতীয় বৃত্তি                    (গ)  চতুৰ্থ বৃত্তি                 (ঘ)  আটাইকেইটা

উত্তৰ— (ঘ)  আটাইকেইটা ৷

৬) তলত উল্লেখ কৰা কোনটো গাঁৱলীয়া বসতিৰ বৈশিষ্ট্য নহয়-

(ক)  বসতি ঘন                (খ)  বসতি বিস্তৃত                   (গ)  মূল বৃত্তি কৃষি            (ঘ)  যান-বাহনৰ সংখ্যা কম

উত্তৰ— (ক)  বসতি ঘন ৷

৭) তলত উল্লেখ কৰা কোনটো নগৰীয়া বসতিৰ বৈশিষ্ট্য-

(ক)  বসতি ঘন              (খ)  স্তূপীকৃত                 (গ)  যাতায়াত ব্যৱস্থা সুচল          (ঘ) ওপৰত উল্লেখিত আটাইকেইটা

উত্তৰ— (ঘ) ওপৰত উল্লেখিত আটাইকেইটা ৷

৮) ভাৰতত গাঁৱত বাস কৰা লোকৰ সংখ্যা শতকৰা-

(ক)  ৬০ জন                 (খ)  ৭০ জন                   (গ)  ৩০ জন                      (ঘ)  ৮০ জন

উত্তৰ— (খ)  ৭০ জন ৷

৯) ভাৰতত নগৰত বাস কৰা লোকৰ সংখ্যা শতকৰা-

(ক)  ৩০ জন                (খ)  ৪০ জন                 (গ)  ৭০ জন                  (ঘ)  ২০ জন

উত্তৰ— (ক)  ৩০ জন ৷

১০) তলত উল্লেখ কৰা কোনখন জিলাত বসতি পাতল-

(ক)  নগাওঁ               (খ)  তেজপুৰ                 (গ)  ডিমাহাছাও              (ঘ)  কামৰূপ

উত্তৰ— (গ)  ডিমাহাছাও ৷

১১) বৰ্তমান অসমত থকা মুঠ গাৱঁৰ সংখ্যা-

(ক)  ২৬,৯৬৫               (খ)  ২৫,৫৯০              (গ)  ২৬,৫৯০                (গ) ওপৰত উল্লেখিত এটাও নহয়

উত্তৰ— (খ)  ২৫,৫৯০ ৷

১২) অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমতল অঞ্চলত বাস কৰা লোকসকলৰ জীৱিকাৰ প্ৰধান উপায় হ’ল-

(ক)  কৃষি                    (খ)  বাণিজ্য                   (গ)  চাকৰি               (ঘ)  ওপৰৰ এটাও নহয়

উত্তৰ— (ক)  কৃষি ৷

১৩) তলত উল্লেখ কৰা কোন অঞ্চলৰ মানুহে সাধাৰণতে চাংঘৰ সাজি বাস কৰে-

(ক)  সমভূমি              (খ)  মালভূমি               (গ)  উচ্চভূমি                 (ঘ)  প্লাৱনভূমি

উত্তৰ— (গ) উচ্চভূমি ৷

Also Read :- বসতি Class 8 Question Answer

sl. No. contents (class 8 social science MCQs)
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1 প্ৰাকৃতিক সম্পদ MCQs
পাঠ-2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ MCQs
পাঠ-3 বসতি MCQs
পাঠ-4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন MCQs
পাঠ-5 সাগৰ–মহাসাগৰ MCQs
পাঠ-6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা MCQs
পাঠ-7 অসমৰ নদ–নদী MCQs
পাঠ-8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ MCQs
ইতিহাস খণ্ড
পাঠ-9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান MCQs
পাঠ-10 মধ্য যুগৰ অসম MCQs
পাঠ-11 অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি MCQs
পাঠ-12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন MCQs
পাঠ-13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ MCQs
পাঠ-14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ MCQs
পাঠ-15 সাম্ৰাজ্যবাদ আৰু অসম MCQs
পাঠ-16 ১৮৫৭ চনৰ বিদ্ৰোহ MCQs
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17 মানৱ সম্পদ উন্নয়ন MCQs
পাঠ-18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা MCQs
পাঠ-19 আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা MCQs
পাঠ-20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা MCQs
পাঠ-21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা MCQs
পাঠ-22 ভাৰতীয় সংবিধান MCQs
পাঠ-23 মৌলিক অধিকাৰ MCQs
পাঠ-24 আমাৰ মৌলিক কৰ্তব্য MCQs
(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close