সাগৰ-মহাসাগৰ Class 8 Social Science Chapter 5 MCQs

In this post, we have included all the multiple choice questions (MCQs) of class 8 social science chapter 5 “সাগৰ-মহাসাগৰ”. So, if you are looking for SCERT class 8 social science mcqs (multiple choice questions), this is the right place for you.

Class 8 Social Science Chapter 5 MCQs

class 8 social science chapter 5 mcqseStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials for the students of Assam. Now lets have a look at the SCERT সাগৰ-মহাসাগৰ class 8 social science chapter 5 MCQs.

সাগৰ-মহাসাগৰ MCQs

Chapter 5

১)  ভূ-পৃষ্ঠৰ কিমান শতাংশ ঠাই জলভাগে আগুৰি আছে?

(ক)  ৭১ শতাংশ                 (খ)  ৭৫ শতাংশ                    (গ)  ৮০ শতাংশ                  (ঘ)  ৮৫ শতাংশ

উত্তৰ— (ক)  ৭১ শতাংশ ৷

২) মহাসাগৰ কেইখন?

(ক)  ৪ খন                     (খ)  ৬ খন                 (গ)  ৩ খন                   (ঘ)  ৫ খন

উত্তৰ— (ঘ)  ৫ খন ৷

৩) বংগোপসাগৰ এখন-

(ক)  সাগৰ               (খ)  মহাসাগৰ                (গ) উপসাগৰ                (ঘ)  ওপৰত উল্লেখিত আটাইকেইটা

উত্তৰ— (গ) উপসাগৰ ৷

৪) পৃথিৱীৰ বৰ্তমান বয়স কিমান?

(ক)  ৪৫০০ নিযুত বছৰ                    (খ)  ২৫০০ নিযুত বছৰ                 (গ)  ৪০০০ নিযুত বছৰ            (ঘ)  ৩৫০০ নিযুত বছৰ

উত্তৰ— (ক)  ৪৫০০ নিযুত বছৰ ৷

৫) সাগৰীয় উদ্ভিদ আৰু প্ৰাণীবোৰক কেইভাগত ভগাব পাৰি?

(ক) ২               (খ) ৩                (গ) ৪                  (ঘ)

উত্তৰ— (খ) ৩ ৷

৬) ভূমিকম্পৰ ফলত সাগৰত সৃষ্টি হোৱা ঢৌক কি বোলে?

(ক)  জোৱাৰ-ভাটা                (খ)  ছুনামি                 (গ) মূখ্য জোৱাৰ             (ঘ) ওপৰত উল্লেখিত এটাও নহয়

উত্তৰ— (খ)  ছুনামি ৷

৭) তলত উল্লেখিত কোনটো কাৰকে সাগৰ-মহাসাগৰৰ পানীত সোঁতৰ সৃষ্টি কৰে-

(ক)  পৃথিৱীৰ আৱৰ্তন              (খ)  নিয়ত বতাহ                (গ)  পানীৰ উষ্ণতা            (ঘ) ওপৰত উল্লেখিত আটাইকেইটা

উত্তৰ— (ঘ) ওপৰত উল্লেখিত আটাইকেইটা ৷

Also Read: সাগৰ-মহাসাগৰ Class 8 Question Answer

sl. No. contents (class 8 social science MCQs)
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1 প্ৰাকৃতিক সম্পদ MCQs
পাঠ-2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ MCQs
পাঠ-3 বসতি MCQs
পাঠ-4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন MCQs
পাঠ-5 সাগৰ–মহাসাগৰ MCQs
পাঠ-6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা MCQs
পাঠ-7 অসমৰ নদ–নদী MCQs
পাঠ-8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ MCQs
ইতিহাস খণ্ড
পাঠ-9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান MCQs
পাঠ-10 মধ্য যুগৰ অসম MCQs
পাঠ-11 অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি MCQs
পাঠ-12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন MCQs
পাঠ-13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ MCQs
পাঠ-14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ MCQs
পাঠ-15 সাম্ৰাজ্যবাদ আৰু অসম MCQs
পাঠ-16 ১৮৫৭ চনৰ বিদ্ৰোহ MCQs
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17 মানৱ সম্পদ উন্নয়ন MCQs
পাঠ-18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা MCQs
পাঠ-19 আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা MCQs
পাঠ-20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা MCQs
পাঠ-21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা MCQs
পাঠ-22 ভাৰতীয় সংবিধান MCQs
পাঠ-23 মৌলিক অধিকাৰ MCQs
পাঠ-24 আমাৰ মৌলিক কৰ্তব্য MCQs
(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close