কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ Class 6 Social Science Chapter 23

SCERT Assam class 6 Social Science Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ free study material and class notes available here for free. So, if you are looking for class six Social Science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 6 Social Science Chapter 23

Class 6 social science chapter 23eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials for the students of Assam. Now lets have a look at the SCERT Assam কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ class 6 social science chapter 23 answers.

কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ

পাঠ নং ২৩

অনুশীলনী :

প্ৰশ্ন ১) উত্তৰ লিখা

ক) কেন্দ্ৰীয় চৰকাৰৰ অংগ কেইটা আৰু কি কি?

উত্তৰ— কেন্দ্ৰীয় চৰকাৰৰ অংগ তিনিটা- বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা।

খ) লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম কি ?

উত্তৰ— লোকসভাৰ আন এটা নাম নিম্নসদন আৰু ৰাজ্যসভাৰ আন এটা নাম হৈছে উচ্চসদন ।

গ) লোকসভা আৰু ৰাজ্য সভাৰ সদস্যৰ সংখ্যা কিমান ?

উত্তৰ— লোকসভাৰ মুঠ সদস্যৰ সংখ্যা ৫৪৫ জন আৰু ৰাজ্য সভাৰ ২৫০ জন।

ঘ) প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক কোনে নিয়োগ কৰে ?

উত্তৰ— প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে ।

ঙ) কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দপ্তৰসমূহ কোনে বিতৰণ কৰে ?

উত্তৰ— কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দপ্তৰসমূহ প্ৰধানমন্ত্ৰীয়ে বিতৰণ কৰে।

চ) ন্যায়পালিকাৰ কাম কি?

উত্তৰ— ন্যায়পালিকাই ন্যায় আৰু অন্যায় বিচাৰ কৰে। দেশৰ জনসাধাৰণক স্বাধীনভাৱে জীয়াই থকাত সহায় কৰে।

ছ) ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি ?

উত্তৰ— ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ তিনি । সেই কেইটা হৈছে— বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা ।

জ) বিধানসভালৈ নিৰ্বাচিত সদস্যজনক কি বুলি কোৱা হয় ?

উত্তৰ— বিধায়ক বুলি কোৱা হয় ।

ঝ) ৰাজ্যৰ মুৰব্বীজন কোন ?

উত্তৰ— ৰাজ্যপাল ।

ঞ) মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে ?

উত্তৰ— ৰাজ্যপালে নিযুক্তি দিয়ে ।

ট) অসমৰ উচ্চ ন্যায়ালয় কত অৱস্থিত ?

উত্তৰ— অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত ।

প্ৰশ্ন ২) খালী ঠাই পূৰ কৰা

(ক) বিধানমণ্ডলে প্ৰস্তুত কৰে ।

উত্তৰ— বিধান মণ্ডলে আইন প্ৰস্তুত কৰে ।

(খ) কাৰ্যপালিকাই আইনসমূহ কৰে ।

উত্তৰ— কাৰ্যপালিকাই আইনসমূহ কাৰ্যকৰী কৰে ।

(গ) ন্যায়পালিকাই বিচাৰ কৰে ।

উত্তৰ— ন্যায়পালিকাই ন্যায় আৰু অন্যায় বিচাৰ কৰে ।

(ঘ) বিধানসভাৰ কাযকাল  বছৰ।

উত্তৰ— বিধানসভাৰ কাযকাল  বছৰ।

(ঙ) ৰাজ্যপালেই ৰাজ্যৰ — ।

উত্তৰ— ৰাজ্যপালেই ৰাজ্যৰ মুৰব্বী

Sl. No. Contents (Class 6 Social Science)
Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3 পৃথিৱীৰ গতি
Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5 ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ
Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ
Chapter 7 অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি
Chapter 8 আমাৰ ভাৰত
Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10 আদি প্ৰস্তৰ যুগ
Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা
Chapter 13 বৈদিক সভ্যতা
Chapter 14 মহাজনপদ
Chapter 15 নতুন ভাৱৰ উত্থান
Chapter 16 মৌৰ্য সামাজ্য
Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19 জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20 কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21 চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22 গণতন্ত্ৰ আৰু নীতিসমূহ
Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

প্ৰশ্ন ৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা

(ক) অসমৰ বিধানসভাৰ সমষ্টি                                       ১১৬ / ১২৬ / ১৩৬ টা ।

উত্তৰ— অসমৰ বিধানসভাৰ সমষ্টি ১২৬ টা ।

(খ) বৰ্তমান ভাৰতত ৰাজ্য                                              ২৫ / ২৩ / ২৮ খন আছে ।

উত্তৰ— বৰ্তমান ভাৰতত ৰাজ্য ২৮ খন আছে ।

(গ) লোকসভাৰ কাৰ্যকাল                                               ৪/৫/৬ বছৰ।

উত্তৰ— লোকসভাৰ কাৰ্যকাল বছৰ।

(ঘ) উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ থাকে                         ১/২/৬ জন।

উত্তৰ— উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ থাকে জন।

(ঙ) ৰাজ্যসভাৰ সদস্য সংখ্যা                                         ৫৪৫/২৫০/১২৬ জন।

উত্তৰ— ৰাজ্যসভাৰ সদস্য সংখ্যা ২৫০ জন ।

৪ প্ৰকল্প :

অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ নাম ফটোসহ একাদিক্ৰমে সজাই দুটা এলবাম প্ৰস্তুত কৰা।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close